• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঋষভ হিম্মতসিংকাৰ দুষ্কাৰ্য্য : অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা হিম্মতসিংকা পৰিয়ালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2018 2:48 pm
সংবাদমেল

অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি হিম্মতসিংকা পৰিয়ালৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে হুণ্ডাই কৰ্তৃপক্ষই। কালি ঋষভ হিম্মতসিংকাক গ্ৰেপ্তাৰ কৰাৰ পিছতে হিম্মতসিংকা পৰিয়ালে গুৱাহাটীত আজি সংবাদমেলৰ আয়োজন কৰে।

ঋষভৰ মাতৃ কবিতা হিম্মতসিংকাই  হৈ যোৱা ঘটনাটোক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। ‘ঋষভৰ ব্যৱহাৰৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী’– এই বুলি মন্তব্য কৰে ঋষভ হিম্মতসিংকাৰ মাকগৰাকীয়ে।

Apply Now

সংবাদমেলত ঋষভৰ ভ্ৰাতৃ নীতিন হিম্মতসিংকা আৰু শ্ব’ ৰূমটোৰ প্ৰবন্ধক ধীৰাজ দাস কাশ্যপেও অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে হিম্মতসিংকাৰ গণেশগুৰিস্থিত হুণ্ডাই শ্ব’ৰূমৰ এগৰাকী কৰ্মচাৰীক ঋষভে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগৰ পিছত ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু হিম্মতসিংকা কৰ্তৃপক্ষক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তোলে বিভিন্ন পক্ষই।

ইয়াৰ পিছতে সংবাদমেলৰ আয়োজন কৰি অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে হিম্মতসিংকা পৰিয়ালে।

আনহাতে, প্ৰতিষ্ঠানৰ কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰা মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক দেওবাৰে দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে অভিযুক্ত ঋষভক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

দিচপুৰ আৰক্ষীয়ে জনোৱামতে হিম্মৎসিংকাক তেওঁৰ বিৰুদ্ধে থানাখনত ৰুজু হোৱা দুটা গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে এটা ঘটনাৰ পিছদিনা, অৰ্থাৎ ৫ জুলাইত অৰ্কিড ইণ্ডিয়াই (No 1864/18) দিয়া আৰু আনহাটো গোচৰ (No 1894/18) ভুক্তভোগী কমল দাসে ৭ জুলাইত দিয়া।

মন কৰিব লগীয়া যে উক্ত ঘটনাটোত গণেশগুৰিস্থিত মুকেশ হুণ্ডাইত কৰ্মৰত এজন কৰ্মচাৰীক স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই সামান্য দোষতে কাণত ধৰাই আঁঠু কঢ়াই থৈছিল। ইয়াৰ ভিডিঅ’ আৰু আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত কথাটো সকলোৰে মাজত প্ৰচাৰ হৈ যায় আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ঘটনাটো ৰাজহুৱা হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনে গণেশগুৰিস্থিত মুকেশ হুণ্ডাইৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হৈছিল দিচপুৰ থানাত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd