• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই বছৰ মণিপুৰৰ লকটক হ্ৰদলৈ অহা পৰিভ্ৰমী চ’ৰাইৰ সংখ্যা হ্ৰাস পাইছে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2017 9:21 am
লকটক হ্রদত পৰিভ্ৰমী চ'ৰাইৰ জাক

লকটক হ্রদত পৰিভ্ৰমী চ'ৰাইৰ জাক

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ বিখ্যাত লকটক হ্ৰদলৈ এই বছৰ তুলনামূলকভাৱে পৰিভ্ৰমী চ’ৰাইৰ সংখ্যা হ্ৰাস পাইছে। সাধাৰণতে এই পৰিভ্ৰমী চ’ৰাইবোৰ প্ৰতিবছৰে অ’ক্টোবৰ মাহত ইয়ালৈ আহে আৰু মাৰ্চৰ প্ৰথম ভাগলৈ থাকে। তদুপৰি, ডিচেম্বৰ আৰু জানুৱাৰী হৈছে পৰিভ্ৰমী চ’ৰাইবোৰ অহাৰ প্ৰকৃত সময়।

এই পৰিভ্ৰমী চ’ৰাইবোৰ প্ৰধানকৈ হাঁহজাতীয় পৰিয়ালৰ হয়। সেইবোৰ তিব্বত, চীন, ছাইবেৰিয়া আৰু ইউৰোপৰ পৰা উপযুক্ত পৰিৱেশ বিচাৰি এই অঞ্চললৈ আহে।

Apply Now

প্ৰায় ৬০ টা প্ৰজাতিৰ চ’ৰাইৰ তথ্য এতিয়ালৈকে লিপিবদ্ধ কৰা হৈছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ সাধাৰণ প্ৰজাতি কেইটা হৈছে হুইষ্টলিং টীল, মাণ্ডাৰিন ডাক্চ, শ্বেলডাক্, আইবিছ আৰু গ্ৰে লেগ গীছ।

সংৰক্ষণবিদসকলে লক্ষ্য কৰিছে যে অঞ্চলটোত মানুহৰ বসতি আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ বাবে পৰিভ্ৰমী চ’ৰাইৰ সংখ্য্যা যোৱা কেইবছৰমানৰ পৰা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে।

নিশা লকটক হ্ৰদত মাছমৰীয়াবিলাকে এল ই ডি লাইট ব্যৱহাৰ কৰি মাছ মৰাটোও এই পৰিভ্ৰমী চ’ৰাইবোৰ অহা হ্ৰাস পোৱাৰ এটা মুখ্য কাৰণ।

এই বছৰ তিনিটাকৈ বানপানী আৰু ইথাই ভেটা ভগাৰ ফলত লকটকৰ পানীৰ স্তৰ বৃদ্ধ পোৱাটোও পৰিভ্ৰমী চ’ৰাই সংখ্যা হ্ৰাস পোৱাৰ আন এক কাৰণ বুলি ধৰিব পাৰি।

বিশষজ্ঞসকলৰ মতে এই চ’ৰাইবোৰে তৰাং পানী ভাল পায় আৰু এইবছৰ পানী কমি নোযোৱাৰ বাবে বহু সংখ্যক চ’ৰাই লকটকলৈ নাহিল। এই চ’ৰাইবোৰৰ বাবে প্ৰয়োজনীয় খাদ্য ইথাই ভেটাই ইৰাৱাদী নদীৰ উৎসৰ পৰা অহাটো বন্ধ কৰি ৰখাৰ বাবেও ইয়াৰ সংখ্যা হ্ৰাস পাইছে কিয়নো যিকোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে।

পৰিভ্ৰমী চ’ৰাইৰ চক্ৰটো মানুহৰ কাৰণে আৰু জটিল প্ৰাকৃতিক ব্যৱস্থাটোৰ কাৰণেও গুৰুত্বপূৰ্ণ। সিঁহত অহাটো বন্ধ কৰিলে পৰিৱেশ ব্যৱস্থাটোত এটা ডাঙৰ পৰিৱৰ্তন ঘটিব পাৰে।

মণিপুৰৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগেও হ্ৰদটো সামূহিকভাৱে সংৰক্ষিত ৰূপত সংৰক্ষিত অঞ্চল হিচাপে সলনি কৰিব বিচাৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd