• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এথলেটিকছ জগতত ‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচয় লাভ কৰা হিমা দাস উপস্থিত স্ব-গৃহত

মিণ্টু দাস by মিণ্টু দাস
June 30, 2018 8:25 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উদীয়মান স্প্ৰিণ্টাৰ তথা এথলেটিকছ জগতত ইতিমধ্যে ‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচয় লাভ কৰা হিমা দাস আজি সুদীৰ্ঘ ৯ মাহৰ মূৰত আহি উপস্থিত হয়হি নগাঁও জিলাৰ ধিঙৰ স্ব-গৃহত।

উল্লেখযোগ্য যে আজি হিমা দাস স্ব-গৃহত উপস্থিত হোৱাৰ লগে লগে নগাঁও জিলা ধিঙৰ পৰা ধিং কান্ধুলীমাৰী নিজৰ গাঁৱলৈ যোৱাৰ পথত হিমাক ধিং প্ৰেছ ক্লাব, ধিং আছু আৰু ধিং আউনীআটী শাখা সত্ৰকে ধৰি বিভিন্ন দল সংগঠনে উস্ম আদৰণি জনায়।

Apply Now

সুদীৰ্ঘ পথছোৱা শতাধিক সৰু-বৰ বাহনে আদৰি আনি ‘হিমা জিন্দাবাদ শ্ল’গান’ৰে সমগ্ৰ অঞ্চল মুখৰিত কৰি তোলাৰ লগতে আতচবাজীৰে আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয়।

আনহাতে দীৰ্ঘদিনৰ মূৰত হিমাক চাবলৈ হিমাৰ ঘৰত আজি উপস্থিত হয় অগণন শুভাকাংক্ষী। হিমাৰ লগতে তেওঁৰ দুই প্ৰশিক্ষক নিপন দাস আৰু নৱজিৎ মালাকাৰো নগাঁৱৰ ধিঙত উপস্থিত হয়। আৰু দুয়ো গৰাকী প্ৰশিক্ষকে আশা কৰে যাতে হিমাই এছিয়ান গেমছত পদক আঁজুৰি আনিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে গুৱাহাটী সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত দুটাকৈ স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হয় হিমা। যাক লৈ হিমাই নিজেও গৌৰৱবোধ কৰাৰ লগতে একে মুখে আনন্দিত হৈ পৰিছে পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাস।

‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচয় লাভ কৰা হিমা দাসে দুশ মিটাৰ দৌৰত মাত্ৰ ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰত আৰু চাৰিশ মিটাৰত ৫১.১৩ ছেকেণ্ডত দৌৰ সামৰি স্বৰ্ণ পদক জয়ৰে এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে। উল্লেখযোগ্য যে মাত্ৰ দুই মিনিটৰ ব্যৱধানৰ বাবে হিমা দাসে ২০০ মিটাৰ দৌৰত পূৰ্বতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰেন্স গ্ৰিপিট জয়নাৰে কৰা গঢ়া ৱৰ্ল্ড ৰেকৰ্ড ভাঙিবলৈ সক্ষম নহ’ল।

আনহাতে ইণ্ডিয়ান এথলেটিক ফেডাৰেচনে তেওঁক লৈ যি সপোন দেখিছে তাক বাস্তৱত ৰূপ দিবলৈ অহা সাত এপ্ৰিলত তেওঁ ফিনলেণ্ডৰ অভিমুখে উৰামাৰিব বিশ বছৰ অনুৰ্ধ্ব চেম্পিয়নশ্বিপৰ বাবে। তাৰ পিছত এছিয়ান গেমছৰ প্ৰস্তুতিৰ বাবে যাব ইউক্ৰেইন আৰু তাৰ পিছত এছিয়ান গেমচত ভাৰতক প্ৰতিনিধিত্ব কৰিব জাকাৰ্তাত।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd