• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ এলৰ ষ্টাৰ্টআপ ফাণ্ডিঙৰ দ্বিতীয় সংস্কৰণৰ অধীনত পুঁজি লাভ কৰিব বিচৰা উদ্যোগীৰ পৰা প্ৰকল্প আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2018 9:10 am
NRL
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অন্যতম ঔদ্যোগিক প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰ লিমিটেডে যোৱা বছৰ আৰম্ভ কৰা ষ্টাৰ্ট আপ ফাণ্ডিং নামৰ আঁচনিখনৰ অধীনত অঞ্চলটোৰ উদ্ভাৱনী শক্তি থকা যুৱক-যুৱতীক উৎসাহিত কৰাৰ লক্ষ্যৰে নিৰ্বাচিত কিছু সংখ্যকক তেওঁলোকৰ প্ৰকল্পৰ বাবে পুঁজিৰ যোগান ধৰাৰ বাবে আগ বাঢ়িছে। তাৰ বাবে ইচ্ছুকসকলৰ পৰা প্ৰকল্প প্ৰস্তাৱ আহ্বান কৰিছে।

উল্লেখযোগ্য যে যোৱা বছৰ আৰম্ভ কৰা এই আঁচনিখনৰ নাম হ’ল আইডিয়াশ্যন। এইবাৰৰ দ্বিতীয় সংস্কৰণটো হ’ল ‘আইডিয়াশ্যন-২০১৮’।

Apply Now

দ্বিতীয় সংস্কৰণটো এই বছৰ ফেব্ৰুৱাৰি মাহত আৰম্ভ কৰা হৈছে আৰু কৰ্তৃপক্ষই আগৰ বাৰতকৈ অধিক সঁহাৰি আশা কৰিছে। এই আঁচনিখন পৰিচালনা কৰা কৰ্তৃপক্ষৰ সূত্ৰই কয় যে যোৱা বছৰ তেওঁলোকৰ হাতলৈ অহা মুঠ ৩৬২টা ষ্টাৰ্ট আপ প্ৰস্তাৱৰ ভিতৰত মাত্ৰ চাৰিটাহে বাছনিযোগ্য আছিল।

যোৱা বাৰ বাছনিত উঠা ষ্টাৰ্ট আপ প্ৰকল্পকেইটা আছিল ক্ৰমে অনলাইন ‘পাৰ্কিং ৰাইনো’, মাল্টি ব্ৰেণ্ড কাৰ ছাৰ্ভিচিং ‘অটোমোভিল’, কম খচৰত বাঁহ আৰু মেটেকাৰপৰা বান প্ৰতিৰোধী বেৰ নিৰ্মাণ কোম্পানী ‘আৰোহণ এগ্ৰি ছায়েন্স’ আৰু চাহপাত  শুকুওৱাত ব্যৱহৃত ‘ডেৰ’ই টী’ ।

এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই মঙলবাৰে এখন সংবাদমেলত কয় যে এই ষ্টাৰ্ট আপ আঁচনিখনৰ বাবে ১০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে। প্ৰস্তাৱৰ ওপৰত নিৰ্ভৰ কৰি পুঁজিৰ পৰিমাণ বৃদ্ধি কৰা হ’ব পাৰে।

“প্ৰস্তাৱবোৰ অৰ্থৱহ, উদ্ভাৱনীমূলক আৰু সমাজক উপকৃত কৰিব পৰা হ’ব লাগে। কাৰিকৰী, যোগাযোগ, পৰীক্ষাগাৰ, বজাৰৰ সুবিধা এন আৰ এলে কৰি দিব। আমি মাত্ৰ উন্নত মানবিশিষ্ট প্ৰস্তাৱ বিচাৰিছো।” বৰুৱাই কয়।

ইচ্ছুক উদ্যোগীসকলে ষ্টাৰ্ট আপ প্ৰস্তাৱসমূহ www.ideation.co.in ৱেবছাইটত গৈ ৩০ এপ্ৰিলৰ ভিতৰত জমা দিব পাৰিব। ইয়াৰ বাছনি প্ৰক্ৰিয়া জুন-জুলাই মাহত আৰম্ভ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd