• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

এন ডি পি পিৰ গণভিত্তি নাই; এন পি এফেই পৰৱৰ্তী চৰকাৰ গঠন কৰিব : এন এছ চি এন (আই এম)

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2018 9:59 pm
nscn_im Nagaland citizens’ group wants dialogue between NNPGs & NSCN (IM)

এন এছ চি এন (আই এম)ৰ সচিব থুইংগালেং মুইভাৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ১২ ঘণ্টাতকৈ কম সময় থকা অৱস্থাত নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)-এ ৰাজ্যখনৰ পৰৱৰ্তী চৰকাৰখন সন্দৰ্ভত এক তাৎপৰ্য্যপূৰ্ণ মত আগ বঢ়াইছে।

সংগঠনটোৱে এক প্ৰকাৰৰ দৃঢ়তাৰে কয় যে পৰৱৰ্তী চৰকাৰখন আঞ্চলিক দল এন পি এফেই গঠন কৰিব। সংগঠনটোৰ গৃহ বিভাগৰ সচিবে নিজৰ বক্তব্যৰ জৰিয়তে এই তাৎপৰ্য্যপূৰ্ণ বাৰ্তা দিছে।

Apply Now

আনহাতে লক্ষণীয়ভাৱে সংগঠনটোৰ মতে নেইফিঅ’ ৰিঅ’ৰ নেতৃত্বাধীন নৱগঠিত এন ডি পি পিৰ কোনো গণভিত্তি নাই। দলটোক নাগা ৰাইজে প্ৰত্যাখান কৰিছে বুলিও তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

লগতে সচিবজনে মন্তব্য কৰে যে শেষত বিজেপিয়েও চৰকাৰ গঠনত সহযোগ কৰিব।

আনহাতে এন পি এফৰ অধ্যক্ষ ড০ শ্বুৰহোনজেলি লেইজিটছুৱে ৰাজ্যপাল পি বি আচাৰ্য্যক কালি (বৃহস্পতিবাৰে) সাক্ষাৎ কৰি এখন পত্ৰৰ জৰিয়তে এন পি এফ দলটোৱে এন পি পি আৰু জে ডি (য়ু)ৰে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰা বুলি অৱগত কৰে।

ভোট গণনাৰ কেইঘণ্টামান পূৰ্বে ৰাজ্যখনত দেখা পোৱা এই নতুন ৰাজনৈতিক অগ্ৰগতিয়ে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ৰাজনৈতিক বিশ্লেষকে জনোৱা মতে বিজেপিয়ে যদিও পূৰ্বৰ মিত্ৰ দল তথা শাসনাধিষ্ঠিত এন পি এফৰ সংগ এৰি নৱগঠিত এন ডি পি পি (যাৰ নেতৃত্বত আছে এন পি এফৰ বিৰোধী শিবিৰৰ নেতা নেইফিঅ’ ৰিঅ’) সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰিছিল, গেৰুৱা দলটো শাসনৰ অংশীদাৰ হোৱাৰ স্বাৰ্থত পুনৰ এন পি এফৰ কাষ চাপিলেও আচৰিত হ’ব লগীয়া নাই।

উল্লেখযোগ্য যে যোৱা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা কাইলৈ, অৰ্থাৎ ৩ মাৰ্চত সম্পন্ন হ’ব। তাৰ পৰিপ্ৰেক্ষিতত সঘন ৰাজনৈতিক পটপৰিৱৰ্তনত থকা ৰাজ্যখনত এটা প্ৰধান নিয়ন্ত্ৰক শক্তি এন এছ চি এন (আই এম)ৰ এই মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd