• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহাসিক বাৰেচহৰীয়া ভাওনাৰ বাবে সাজু হৈছে জামুগুৰিহাটৰ ৰাইজ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 14, 2018 12:44 pm
Bhauna
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু আকাংক্ষিত ২৮ সংখ্যক ‘বাৰেচহৰীয়া ভাওনা’ অহা মাৰ্চ মাহত চাৰিদিনীয়া কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অনুষ্ঠিত হ’ব। ২১৩ বছৰীয়া ঐতিহ্যমণ্ডিত এই ভাওনা মহোৎসৱক সাফল্য মণ্ডত কৰি তোলাৰ বাবে সকলো কাম কাজ পূৰ্ণ গতিত চলি আছে।

এই মাহৰে আৰম্ভণিতে জামুগুৰিহাটৰ বাসিন্দাসকলে ঐতিহাসিক পকামূৰা পথাৰত বাৰেচহৰীয়া ভাওনাৰ লাই খুঁটা স্থাপন কৰাৰ লগতে ধৰ্মীয় পতাকা উত্তোলন কৰে।.

Apply Now

উল্লেখ্য যে ১ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ জামুগুৰিহাটত হ’বলগীয়া ভাওনা মহোৎসৱৰ বাবে ২১ খন খোলা সাজু কৰিব য’ত বিভিন্ন প্ৰান্তৰ ভাওনা শিল্পী সকলে তেওঁলোকৰ ভাওনা প্ৰদৰ্শন কৰিব।

ধৰ্মীয় পতাকা উত্তোলন কৰে বিশিষ্ট সমাজ কৰ্মী লক্ষীনাথ কাকতি, জগত চন্দ্ৰ দাস, স্থানীয় বিধায়ক পদ্ম হাজৰিকা, আয়োজক সমিতিৰ উপ সভাপতিৰ লগতে বিভিন্ন ধৰ্মালম্বী লোকে।

ইফালে জামুগুৰিহাটৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে ভাওনা মহোৎসৱস্থলী চাফ-চিকুন কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

একেলগে ১২৬ জন গায়ন আৰু ২১০ জন বায়নৰ প্ৰদৰ্শনীৰ মাজেৰে বাৰেচহৰীয়া ভাওনাৰ লাই খুঁটা স্থাপন কৰা হৈছিল।

অসমৰ ঐতিহাসিক ভাওনা মহোৎসৱখনত ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকিব বুলি আয়োজকে জানিবলৈ দিয়ে।

১৭৯৭ চনত প্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা বাৰেচহৰীয়া ভাওনা এইবেলি ভৰি দিলে ২১৩ বছৰত।

পৰম্পৰাগত ভাওনা কেৱল নামঘৰ আৰু শংকৰদেৱে শংকৰী ধৰ্মৰ বাবে প্ৰতিষ্ঠা কৰা সত্ৰ সমূহতহে প্ৰদৰ্শন কৰা হয়।

পৰম্পৰাগত ভাওনাৰ পৰাই বাৰেচহৰীয়া ভাওনাৰ উদ্ভৱ হোৱা বুলি বহুতেই কয় আৰু ই অন্যান্য ভাওনা সমূহতকৈ পৃথক। বাৰেচহৰীয়া ভাওনাত বিভিন্ন দলে প্ৰদৰ্শন কৰা দেখা যায়। ৰাজ্যৰ বিভিন্ন অঞ্চল, গাওঁ আদিৰ পৰা দলসমূহ আহি এই মহোৎসৱত ভাওনা প্ৰদৰ্শন কৰিব।

উল্লেখযোগ্য যে বাৰেচহৰীয়া ভাওনা প্ৰতি পাঁচ-ছয় বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা পৰিলক্ষিত হয়। ইয়াৰ আগৰ ২৭ বাৰেচহৰীয়া ভাওনা ২০১৩ চনত অনুষ্ঠিত হৈছিল।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মৌনতা হিংসাত সন্মতিৰ সমান’! নিট প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতা; অমিত শ্বাহৰ পদত্যাগ দাবী ৰাহুলৰ

‘মৌনতা হিংসাত সন্মতিৰ সমান’! নিট প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতা; অমিত শ্বাহৰ পদত্যাগ দাবী ৰাহুলৰ

August 10, 2026 1:17 pm
জলপথ নহয়, এইবাৰ ৰে’লপথেৰেই ভাৰতৰ পৰা গৈ পোৱা যাব ৰাছিয়া! কেতিয়া, কোন পথেৰে চলিব ৰে’ল?

জলপথ নহয়, এইবাৰ ৰে’লপথেৰেই ভাৰতৰ পৰা গৈ পোৱা যাব ৰাছিয়া! কেতিয়া, কোন পথেৰে চলিব ৰে’ল?

August 10, 2026 12:05 pm
অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

August 10, 2026 10:42 am
পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

August 10, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মৌনতা হিংসাত সন্মতিৰ সমান’! নিট প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতা; অমিত শ্বাহৰ পদত্যাগ দাবী ৰাহুলৰ

‘মৌনতা হিংসাত সন্মতিৰ সমান’! নিট প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতা; অমিত শ্বাহৰ পদত্যাগ দাবী ৰাহুলৰ

August 10, 2026 1:17 pm
জলপথ নহয়, এইবাৰ ৰে’লপথেৰেই ভাৰতৰ পৰা গৈ পোৱা যাব ৰাছিয়া! কেতিয়া, কোন পথেৰে চলিব ৰে’ল?

জলপথ নহয়, এইবাৰ ৰে’লপথেৰেই ভাৰতৰ পৰা গৈ পোৱা যাব ৰাছিয়া! কেতিয়া, কোন পথেৰে চলিব ৰে’ল?

August 10, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd