শেহতীয়া কেইটামান দিনত বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা ইটোৰ পিছত সিটোকৈ একেৰাহে ঘটি থকাৰ খবৰ পোৱা গৈছে, যিটোৰ অন্যতম কাৰণ হিচাপে হাতী-মানুহৰ সংঘাতলৈ আঙুলিয়াব পাৰি। কালি আকৌ ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী যোৰাপুখুৰীত একে ধৰণে এজনী গাভিনী হাতীয়ে মৃত্যুক সাৱটি লোৱাৰ খবৰ পোৱা গৈছে। সন্দেহ কৰা মতে খাদ্যত হোৱা বিষক্ৰিয়াৰ বাবে হাতীজনীৰ মৃত্যু হৈছে। বন বিভাগৰ সূত্ৰই এই কথা কয়। এইটো ঘটনাকে ধৰি একেটা অঞ্চলত চলিত মাহত তিনিটাকৈ হাতীৰ মৃত্যু হয়। ইয়াৰ বাবে প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় ৰাইজে বন বিভাগৰ অকৰ্মণ্যতাক দোষাৰোপ কৰিছে।
ওদালগুৰিৰ যোৰাপুখুৰীত গাভিনী হাতীৰ মৃত্যু
-
By NE NOW NEWS
- Categories: অসম
Related Content
অসমত B. Pharm বা D. Pharm পাঠ্যক্ৰমত অধ্যয়নৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক!
By
এন ই নাও নিউজ ব্যুৰো, ওদালগুৰি :
May 12, 2024 3:40 pm
কংগ্ৰেছ সভাপতি খাৰ্গেৰ হেলিকপ্টাৰত তালাচী; গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তুলি সৰৱ কংগ্ৰেছ!
By
এন ই নাও নিউজ ব্যুৰো, ওদালগুৰি :
May 12, 2024 1:22 pm
নাছাই প্ৰকাশ কৰিলে একেৰাহে দুটাকৈ সৌৰ বিস্ফোৰণৰ ছবি; সৌৰ ধুমুহাৰ আশংকা বৃদ্ধি
By
এন ই নাও নিউজ ব্যুৰো, ওদালগুৰি :
May 12, 2024 12:18 pm
ঋষভ পন্তক নিৰ্বাসনত পঠিয়ালে বিচিচিআইয়ে! দিল্লী কেপিটেলছৰ নতুন নেতাৰ সন্মুখত প্ৰত্যাহ্বান
By
এন ই নাও নিউজ ব্যুৰো, ওদালগুৰি :
May 12, 2024 10:28 am
মোডীক মুখামুখি বিতৰ্কলৈ নিমন্ত্ৰণ জনাই ৰাহুল ক’লে, `মই সাজু, মোডীজী মান্তি নহ’ব’
By
এন ই নাও নিউজ ব্যুৰো, ওদালগুৰি :
May 12, 2024 9:16 am
IPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে
By
এন ই নাও নিউজ ব্যুৰো, ওদালগুৰি :
May 12, 2024 8:09 am