• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত B. Pharm বা D. Pharm পাঠ্যক্ৰমত অধ্যয়নৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2024 3:40 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত যিসকল শিক্ষাৰ্থীয়ে বি ফাৰ্ম (B. Pharm) অথবা ডি ফাৰ্ম (D Pharm) পাঠ্যক্ৰম অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েঞ্চৰ এক শৈক্ষিক জাননীত এই কথা স্পষ্ট হৈ পৰিছে।

জাননী অনুসৰি, ২০২৪ বৰ্ষৰ বাবে প্ৰবেশ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ২৯ মে’, ২০২৪। এই পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ ইচ্ছুক শিক্ষাৰ্থীসকলে শীঘ্ৰেই ইয়াৰ প্ৰবেশ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।

শৈক্ষিক জাননীখনত কোৱা হৈছে যে  ৭-১১-২০২৩ তাৰিখৰ অসম গেজেট অধিসূচনা নং MER 206054M36 অনুসৰি অসমৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠান দুয়োটাতে ২০২৪ বৰ্ষৰ ডিপ্ল’মা ইন ফাৰ্মাচী ( ডি ফাৰ্ম) আৰু বেচেলৰ ইন ফাৰ্মাচীত (বি ফাৰ্ম)ত নামভৰ্তিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েঞ্চে অহা ২৩-০৬- ২০২৪ ইং তাৰিখে প্ৰৱেশ পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ নাছাই প্ৰকাশ কৰিলে একেৰাহে দুটাকৈ সৌৰ বিস্ফোৰণৰ ছবি; সৌৰ ধুমুহাৰ আশংকা বৃদ্ধি

সেই অনুসৰি, ২০২৪ বৰ্ষৰ বি ফাৰ্ম (B. Pharm) আৰু ডি ফাৰ্ম (D Pharm) পাঠ্যক্ৰমৰ ফাৰ্মাচীৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ পৰা আবেদন আমন্ত্ৰণ জনোৱা হৈছে।   

অনলাইন আবেদন প্ৰ-পত্ৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.ssuhs.in ত ১৪-০৫-২০২৪ ৰ পৰা ২৯-০৫-২০২৪লৈ উপলব্ধ হ’ব। ‘The requisite entran’ ফৰ্মৰ সৈতে দিয়া নিৰ্দেশনাসমূহ ভালদৰে পঢ়ি লৈ অনলাইন আবেদন প্ৰ-পত্ৰপূৰণ কৰিব লাগিব।

পৰীক্ষাৰ মাচুল Mon.refundablet বিশ্ববিদ্যালয়ৰ ৱেবছাইট tFee C01.th ত উপলব্ধ পেমেণ্ট গেটৱেৰ জৰিয়তে কেৱল অনলাইন মোডতহে পৰীক্ষাৰ্থীয়ে পৰিশোধ কৰিব লাগিব। যোগ্যতাৰ চৰ্তাৱলী আৰু প্রয়োজনীয়তাকে ধৰি প্রৱেশ পৰীক্ষাৰ বিশদ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www ssuhs in ত উপলব্ধ আছে।

অহা ২৩-০৬-২০২৪ তাৰিখে গুৱাহাটী, ডিব্ৰুগড়, চিলাপথাৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব। এডমিট কাৰ্ডসমূহ ১-৬-২০২৪ তাৰিখৰ পৰা www.ssuhs.in অনলাইনত উপলব্ধ হ’ব যিটো লগ ইন কৰাৰ পিছত ডাউনলোড কৰিব পাৰিব।

শিক্ষাৰ্থীসকলক তেওঁলোকে অনলাইন ফৰ্ম দাখিলৰ সময়ত ব্যৱহাৰ কৰা আবেদন নম্বৰ আৰু পাছৱৰ্ড লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে যাৰ অবিহনে তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব। আবেদনকাৰীসকলক বিশ্ববিদ্যালয়ৰ ৱেবছাইট www ssuhs in ত যিকোনো এই পৰীক্ষা সম্পৰ্কীয় আপডেটৰ বাবে  চকু ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd