• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোডীক মুখামুখি বিতৰ্কলৈ নিমন্ত্ৰণ জনাই ৰাহুল ক’লে, `মই সাজু, মোডীজী মান্তি নহ’ব’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 12, 2024 9:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিয়া কৰাৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোডী আৰু ৰাহুল গান্ধীয়ে মুখামুখিকৈ ​​বহি দেশৰ জ্বলন্ত সমস্যাক লৈ কথা ক’ব লাগে। সমাধানৰ বাবে কোনে কি কৰিব বিচাৰে দেশবাসীক কওক।

মদন লোকুৰ, এছ এম শ্বাহৰ দৰে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ এটা দলে দিয়া এই প্ৰস্তাৱ ৰাহুল গান্ধীয়ে গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে `যদি আপুনি কোনো কাৰণত মোৰ লগত বহিব নিবিচাৰে তেন্তে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে বহিব পাৰে।‘

Apply Now

এইখিনিতে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কয়, ‘মই জানো আপুনি মোৰ লগত বিতৰ্ক কৰিবলৈ মান্তি নহ’বা।’

লগতে পঢ়কঃ যমুনোত্ৰীত দীঘলীয়া শাৰীত ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিল তীৰ্থযাত্ৰী

লক্ষ্ণৌত কংগ্ৰেছৰ অনুষ্ঠানত ৰাহুলে লগতে কয়, `মাননীয় নৰেন্দ্ৰ মোদীজী, যিকোনো বিষয়ত মই আপোনালোকৰ সৈতে এশ শতাংশ বিতৰ্ক কৰিবলৈ সাজু।‘

ভাষণত ৰাহুলে কেইটামান জ্বলন্ত বিষয়ৰ কথা উল্লেখ কৰে। তেওঁ নিবনুৱা সমস্যা, দলিত, জনজাতীয় আৰু সংখ্যালঘুৰ দুৰ্দশাৰ কথা কয়।

বহু দেশত নিৰ্বাচনত অংশগ্ৰহণ কৰা দলসমূহৰ আগশাৰীৰ নেতাসকলে মূল বিষয়সমূহৰ ওপৰত বিতৰ্ক কৰি নিজৰ বক্তৱ্য শুনায়। ভাৰততো একে ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে বিভিন্ন পক্ষৰ পৰা প্ৰস্তাৱ আহিছে। কিন্তু বেছিভাগ শীৰ্ষ নেতাই এই প্ৰস্তাৱ এৰাই চলিছে।

 ৰাহুল গান্ধীয়ে অৱশ্যে ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীক একেই প্ৰস্তাৱ আগবঢ়াইছিল। এইবাৰ তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।

লগতে পঢ়কঃIPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ইস্তাহাৰক লৈ অভিযোগ কৰিছিল যে যদিহে দলটো ক্ষমতালৈ আহে তেন্তে দেশৰ ধন-সম্পত্তি মুছলমানসকলৰ মাজত বিতৰণ কৰা হ’ব। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিোগ তুলি কংগ্ৰেছ সভাপতি খাৰ্গেই পত্ৰ লিখি তেওঁক মুখামুখি আলোচনাত বহাৰ প্ৰস্তাৱ দিছিল। সেই পত্ৰৰ উত্তৰ নিদিলে প্ৰধানমন্ত্ৰীয়ে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd