• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যমুনোত্ৰীত দীঘলীয়া শাৰীত ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিল তীৰ্থযাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2024 8:41 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে চাৰধাম যাত্ৰা। সেইদিনাই কেদাৰনাথ, যমুনোত্ৰী আৰু গংগোত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। এই যাত্ৰাৰ বাবে ইতিমধ্যে উত্তৰাখণ্ডত ভিৰ কৰিছে হাজাৰ হাজাৰ তীৰ্থযাত্ৰী। শনিবাৰে পুৱাৰে পৰা যমুনোত্ৰীলৈ তীৰ্থযাত্ৰীৰ ভিৰ।

বহু তীৰ্থযাত্ৰীয়ে দাবী কৰে যে সংকীৰ্ণ পাহাৰীয়া পথটোত দীঘলীয়া শাৰী পাতি ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয়। কেৱল সেয়াই নহয়, এই ভিৰ চম্ভালিবলৈ আৰু তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। 

অৱশ্যে উত্তৰকাশীৰ আৰক্ষী অধীক্ষক অৰ্পন যদুবংশীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যমুনোত্ৰীত ভিৰ কৰা ভিডিঅ’ ভাইৰেল হৈছিল শুকুৰবাৰে সন্ধিয়া ৫ বজাত। জানকী ছট্টিৰ পৰা যমুনোত্ৰীলৈ যোৱা পথৰ ভিডিঅ’টো।সেই সময়চোৱাত ধাৰাসাৰ বৰষুণ দি থকা বুলি দাবী কৰে আৰক্ষী অধীক্ষকে। ফলত তীৰ্থযাত্ৰীসকলে আশ্ৰয় বিচাৰিছিল। আৰু তাৰ বাবেই হুলস্থুলীয়া পৰিস্থিতিৰ সূত্ৰপাত হয়। কিন্তু শীঘ্ৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। এই ঘটনাত কোনো লোক বৰ্তমান পৰ্যন্ত আহত হোৱা নাই।

Apply Now

শুকুৰবাৰে পুৱা ৬:৫৫ বজাত কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হয়। ইয়াৰ পাছত ১০:২৯ বজাত যমুনোত্ৰী আৰু ১২:২৫ বজাত গংগোত্ৰী ধাম খোলে। অহা ১২ মে’ৰ পুৱা ৬ বজাৰ পৰা তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ’ব বদ্ৰীনাথ ধাম। প্ৰশাসনৰ সূত্ৰ অনুসৰি হৰিদ্বাৰ আৰু হৃষিকেশত ১৫ হাজাৰৰো অধিক তীৰ্থযাত্ৰী উপস্থিত হৈছে। জনা যায় যে এই পৰ্যন্ত ২২ লাখ ১৫ হাজাৰ তীৰ্থযাত্ৰীয়ে চাৰধাম যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিছে। যোৱা বছৰ ৫৫ লাখ তীৰ্থযাত্ৰী চাৰধাম ভ্ৰমণ কৰিছিল।

যোৱা বছৰ বৃহৎ সংখ্যক তীৰ্থযাত্ৰী হোৱাত প্ৰশাসনে পৰিস্থিতি চম্ভালিবলৈ যথড° সংগ্ৰাম কৰিবলগীয়া হৈছিল। গতিকে এইবাৰ ৰাজ্যৰ আৰক্ষী আৰু পৰ্যটন বিভাগে প্ৰতিদিনে তীৰ্থযাত্ৰীৰ সংখ্যা নিৰ্ধাৰণ কৰিছে। পৰ্যটন বিভাগৰ সম্পাদক শচীন কুৰ্বে-এ কয় যে প্ৰতিদিনে ১৫ হাজাৰ তীৰ্থযাত্ৰী কেদাৰনাথ ভ্ৰমণ কৰিব পাৰে। ১৬ হাজাৰ তীৰ্থযাত্ৰী বদ্ৰীনাথ ধাম, ৯ হাজাৰ তীৰ্থযাত্ৰী যমুনোত্ৰি ধাম আৰু ১১ হাজাৰ তীৰ্থযাত্ৰী গংগোত্ৰী ধাম ভ্ৰমণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd