• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ

ছাজিদ খান by ছাজিদ খান
July 7, 2018 12:28 pm
d341e6c9-7e17-4335-8110-0b778dff14f9-01
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃগেন্দ্ৰনাথ কলিতাৰ শুকুৰবাৰে নিজা বাসভাৱনত পৰলোকপ্ৰাপ্তি হয়।

তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি যোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।মৃত্যুৰ সময়ত কলিতাৰ বয়স হৈছিল ৫৫ বছৰ। অধ্যক্ষ কলিতা দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিল আৰু অসুসৰ বাবেই তেখেত ৱাশ্বৰূমত পৰি গৈ গুৰুতৰ আঘাত পায়। সেই আঘাতৰ ফলতেই তেখেতে শুকুৰবাৰে পুৱা ৪.১৫ বজাত পৰলোকলৈ গমন কৰে।

Apply Now

উল্লেখ্য যে এগৰাকী নিষ্ঠাবান শিক্ষক হোৱাৰ উপৰিও কলিতা এগৰাকী কবিও আছিল আৰু ওদালগুৰি সাহিত্য সভাৰ আলোচনী সম্পাদকৰ দায়িত্বত আছিল। প্ৰয়াত কলিতা ওদালগুৰি জিলা কবি সন্থাৰো প্ৰাক্তন সভাপতি আছিল আৰু অঞ্চলটোৰ ভালেকেইটা সামাজিক- ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত আছিল।

১৯৬২চনৰ ২৪ অক্টোবৰত জন্মলাভ কৰা কলিতাৰ কৰ্মজীৱন অতি উজ্জ্বল আছিল।

তেখেত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাৰ ছাত্ৰ আছিল আৰু পৰৱৰ্তী সময়ত কলা বিভাগত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

১৯৮৫চনৰ মে’ৰ ১ তাৰিখে তেখেতে ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। ২০১৭ৰ ১৩ জুনত তেখেতক বিদ্যালয়খনৰ অধ্যক্ষলৈ উন্নীত কৰা হয়।

বহুমুখী ব্যক্তিত্বৰ অধিকাৰী কলিতা এগৰাকী ভাল আবৃতিকাৰো আছিল আৰু ওদালগুৰিৰ বিভিন্ন অনুষ্ঠানত তেখেতে কবিতা আবৃত্তি কৰিছিল।

বিভিন্ন সংগঠন, ছাত্ৰসকলৰ প্ৰতিনিধিসকলে তেখেতলৈ তেওঁলোকৰ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।

সমগ্ৰ ওদালগুৰি চহৰৰ মাজেৰে এটা শোক শোভাযাত্ৰাও বাহিৰ কৰোৱা হয়।

ওদালগুৰি সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি আঞ্চলিক গোটে প্ৰয়াত কলিতাৰ পৰিয়ালবৰ্গলৈ তেওঁলোকৰ আন্তৰিক শোকবাৰ্তা জ্ঞাপন কৰে।

প্ৰয়াত কলিতাৰ নশ্বৰ শৰীৰ তেখেতে শিক্ষাদান কৰা বিদ্যালয়খনলৈ কঢ়িয়াই নিয়া হয় আৰু তাতে তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

তাৰ পাছত স্থানীয় শ্মশানত তেখেতৰ শেষ কৃত্য সম্পন্ন কৰা হয়।

প্ৰয়াত কলিতাই তেখেতৰ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক এই সংসাৰত এৰি থৈ যায়।

প্ৰয়াত কলিতাৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে ৫৭ জনৰ মৃত্যু

মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে ৫৭ জনৰ মৃত্যু

August 1, 2026 9:16 am
আজিৰে পৰা ৰাজ্যৰ ৩৭.১ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন, বানপীড়িতৰ বাবে দুগুণ সাহায্য

আজিৰে পৰা ৰাজ্যৰ ৩৭.১ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন, বানপীড়িতৰ বাবে দুগুণ সাহায্য

August 1, 2026 9:13 am
অহা সপ্তাহত লোকসভাত উত্থাপন হ’ব পাৰে বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক

অহা সপ্তাহত লোকসভাত উত্থাপন হ’ব পাৰে বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক

August 1, 2026 8:39 am
কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

August 1, 2026 8:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে ৫৭ জনৰ মৃত্যু

মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে ৫৭ জনৰ মৃত্যু

August 1, 2026 9:16 am
আজিৰে পৰা ৰাজ্যৰ ৩৭.১ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন, বানপীড়িতৰ বাবে দুগুণ সাহায্য

আজিৰে পৰা ৰাজ্যৰ ৩৭.১ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন, বানপীড়িতৰ বাবে দুগুণ সাহায্য

August 1, 2026 9:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd