• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কনৰাড ছাংমাৰ নেতৃত্বত ১১ গৰাকী মিত্ৰজোঁটৰ বিধায়কে মঙলবাৰে নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 8:37 am
563616107-Meghalayaassemblyelection_0

নতুন চৰকাৰ গঠনৰ আৰ্জি লৈ ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰাৰ সময়ত কনৰাড ছাংমা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছক একাষৰীয়া কৰি থৈ দেওবাৰে এনপিপিৰ নেতা কনৰাড ছাংমাক মুখ্যমন্ত্ৰী হিচাপে লৈ অকংগ্ৰেছী দলবোৰে মেঘালয়ত নতুন চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। কনৰাড ছাংমা আৰু তেওঁৰ কেবিনেটৰ সদস্যসকলে মঙলবাৰে শপত গ্ৰহণ কৰিব।

নতুন মিত্ৰজোঁট চৰকাৰখনত মুঠতে ৩৪ গৰাকী বিধায়কৰ সমৰ্থন থাকিব। ইয়াৰ ভিতৰত এনপিপিৰ ১৯গৰাকী, ইউডিপিৰ ৬ গৰাকী, এইচএছপিডিপিৰ ২ গৰাকী, পিডিএফৰ ৪ গৰাকী, বিজেপিৰ ২গৰাকীৰ লগতে আছে নিৰ্দলীয় বিধায়ক ছেমুৱেল ছাংমা।

Apply Now

নিৰ্বাচনী ফলাফল ঘোষণাৰ ২৪ ঘন্টাৰ ভিতৰতে অকংগ্ৰেছী দলবোৰে কোনো বাদ-বিসম্বাদৰ সৃষ্টি নকৰাকৈয়ে বুজাবুজিত উপনীত হয় আৰু নতুন চৰকাৰ গঠনৰ পথ মসৃন কৰি তোলে।

Conrad_Sangma
ৰাজ্যপালক সাক্ষাৎ কৰি উভতা কনৰাড ছাংমা আৰু সহযোগী সদস্যসকল

৬ মাৰ্চত বিধানসভাৰ কাৰ্যকাল অন্ত পৰালৈ চাই চৰকাৰ গঠন হোৱাটো অপৰিহাৰ্য হৈ পৰিছে। বিজেপি নেতা কে জে আলফ’নছ আৰু হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে যে আঞ্চলিক দলবোৰক আকৰ্ষণ কৰাৰ বাবে কোনোধৰণৰ টোপ দিয়াৰ প্ৰশ্ন অহা নাই কিয়নো তেওঁলোকে স্বত:স্ফুৰ্তভাৱেই সন্মিলিত হৈছে।

মিত্ৰজোঁটৰ নেতাসকলে দেওবাৰে সন্ধিয়া ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰি এনপিপিৰ নেতৃত্বত এখন চৰকাৰ গঠনৰ সহমত প্ৰকাশ কৰে।

এনপিপিৰ বিধায়কসকলে কনৰাড ছাংমাক তেওঁলোকৰ নেতা হিচাপে নিৰ্বাচিত কৰি এখন পত্ৰ ৰাজ্যপালৰ হাতত অৰ্পন কৰে। তেওঁলোকে আন সহযোগী দলৰ সমৰ্থনৰ পত্ৰ এখনো ৰাজ্যপালৰ আগত দাখিল কৰে।

চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যপালে কনৰাডক এখন নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে আৰু অহা ১৬ মাৰ্চৰ ভিতৰত সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দিছে।

একে সূত্ৰই জানিব দিয়া মতে কনৰাডকে ধৰি আন ১১ গৰাকী সদস্যই ৰাজভৱনত শপতগ্ৰহণ কৰিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd