• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা পাঞ্জাবাৰীত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব শিল্পগ্ৰাম মহোৎসৱ ২০১৮

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 16, 2018 6:49 pm
শিল্পগ্রাম মহোৎসৱ ২০১৮

শিল্পগ্রাম মহোৎসৱ ২০১৮

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিল্পগ্ৰাম হৈছে বিভিন্ন শিল্পকলাৰ লগত জডিত ব্যক্তিসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সুযোগ-সুবিধা আগবঢ়াই অহা এটি সাংস্কৃতিক অনুশীলনৰ কেন্দ্ৰ য’ত কাইলৈৰ পৰা দ্বাদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে শিল্পগ্ৰাম মহোৎসৱ ২০১৮ অনুষ্ঠিত হ’ব। কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱখন ২০ জানুৱাৰিলৈকে চলিব।

কাইলৈ সন্ধিয়া ৫:৩০ বজাত এই মহোৎসৱখনৰ শুভাৰম্ভণি হ’ব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিছে। এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে নাগালেণ্ডৰ ৰাজ্যপাল তথা এন ই জেদ চি চি ৰ অধ্যক্ষ পদ্মনাভ বালকৃষ্ণ আচাৰ্য্য উপস্থিত থাকিব। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি  হিচাপে উপস্থিত থাকিব বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক ড০ বীৰেন্দ্ৰনাথ দত্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মৃদুল হাজৰিকা।

Apply Now

উদ্বোধনী অনুষ্ঠানৰ পিছতে ৬:৩০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি হ’ব বুলি জানিব পৰা গৈছে। মঙ্গল আৰতি, কামৰূপীয়া ঢুলীয়া নৃত্য আৰু যোগনৃত্যৰে আৰম্ভ হ’বলগীয়া এই সাংস্কৃতিক নৃত্যানুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নৃত্যৰ দলে অংশগ্ৰহণ কৰিব। এই সাংস্কৃতিক নৃত্যানুষ্ঠানৰ দ্বায়িত্বত থকা ড০ প্ৰসন্ন গগৈয়ে আমাক জানিবলৈ দিয়া মতে জন্মু-কাশ্মীৰৰ পৰা অহা ৰফ নৃত্য, গুজৰাটৰ সিদ্ধি গমা নৃত্য, মহাৰাষ্ট্ৰৰ লাৱানী নৃত্য আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ সংস্কৃতিক সামৰি প্ৰায় এক ঘন্টাজোৰা এটি দলীয় নৃত্য প্ৰদৰ্শন হ’ব।

মহোৎসৱৰ দ্বিতীয় দিনা বিয়লি ৩:০০ বজাৰ পৰা নৃত্য মন্দিৰ কলা নিকেতনৰ উদ্যোগত শিশু সকলৰ মাজত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত এখনি কৰ্মশালা অনুষ্ঠিত হ’ব। তদুপৰি এই মহোৎসৱখনিৰ মুখ্য আকৰ্ষণ হ’ব শিশুৰ প্ৰতিভা প্ৰদৰ্শনৰ মেলা, বিক্ৰম তালুকদাৰৰ যাদু প্ৰদৰ্শনী, পেইন্টিং তথা চিত্ৰাংকন কৰ্মশালা, লোকনৃত্য আৰু সংগীত, মূকাভিনয়, সোনাল মানসিং ৰ শাস্ত্ৰীয় নৃত্যকে ধৰি অসমৰ বিভিন্ন জনপ্ৰিয় শিল্পীৰ সংগীতৰ সমাহাৰ।

 

ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কলা-কুশলী তথা প্ৰশিক্ষক সকলক আপ্যায়ণ কৰিব পৰাকৈ সকলো ব্যৱস্থা সাজু কৰি তোলা হৈছে বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে। গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ নৃত্যৰ দলকেইটা আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে বৰ্তমান অনুশীলনত ব্যস্ত আছে বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd