• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হৈছে তিনিটা গঁড়ৰ পোৱালি

উত্তম শইকীয়া by উত্তম শইকীয়া
January 5, 2018 6:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনত হোৱা বিধ্বংসী বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ কৰা তিনিটা মাইকী গঁড়ৰ পোৱালিক বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰক হস্তান্তৰ কৰা হৈছিল। শুকুৰবাৰে কেন্দ্ৰটোৱে বন্যপ্ৰাণী পুনৰ্সংস্থাপন কাৰ্যসূচীৰ অধীনত গঁড় পোৱালি তিনিটাক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হয়।

বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ (চি ডব্লিউ আৰ চি) হৈছে এটা বন্যপ্ৰাণী উদ্ধাৰ, পালন আৰু পুনৰ্সংস্থাপন সুবিধা আগবঢ়োৱা এটা কেন্দ্ৰ।  এইটো পৰিচালিত হৈছে ভাৰতীয় বন্যপ্ৰাণী ন্যাস আৰু বন্যপ্ৰাণী কল্যাণৰ বাবে আন্তৰ্জাতিক পুঁজি তথা অসমৰ বন বিভাগৰ যৌথ সহযোগত।

Apply Now

কাজিৰঙাৰ কাষৰীয়া হালধীবাৰী, দেওপানী আৰু শিলডুবিৰ পৰা  চিডব্লিউআৰচিৰ ভ্ৰাম্যমান পশুচিকিৎসা সেৱা আৰু স্থানীয় লোকৰ সহায়ত বনকৰ্মীয়ে বানপানীৰ পৰা গঁড় পোৱালি তিনিটাক উদ্ধাৰ কৰিছিল।

এতিয়া পোৱালি তিনিটাক মানাহৰ নিৰীক্ষণ কেন্দ্ৰত ৰখা হ’ব আৰু কিছুদিন সাৱধানে নিৰীক্ষণ কৰাৰ পিছত সিহঁতক বনত এৰি দিয়া হ’ব।

‘’ এই গঁড়ৰ স্থানান্তকৰণে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ গঁড়ৰ সংখ্যা বৃদ্ধি কৰিব আৰু এইটোৱে নতুন পৰিৱেশত এই পোৱালিবোৰৰ আচৰণ সম্পৰ্কে গৱেষণা কৰাৰ সুযোগ মুকলি কৰিব,’’-এইদৰে কয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাণ্ডলিক বন বিষয়া ৰোহিনী বল্লভ শইকীয়াই।

চিডব্লিউআৰচিৰ শীৰ্ষ পশু চিকিৎসক ড০ প্ৰানজিৎ বসুমতাৰী, পশু চিকিৎসক ড০ ছামছুল আলী আৰু জন্তু সংৰক্ষকৰ এটা দলে এই পোৱালি তিনিটাক কেন্দ্ৰটোত ভৰ্তি কৰাৰে পৰা চোৱাচিতা কৰি আহিছিল।

‘’ অসমৰ বন বিভাগৰ লগতে অসংখ্য বন্যপ্ৰেমী আৰু শুভচিন্তকৰ  আন্তৰিক সহযোগত আজি আমাৰ চিডব্লিউআৰচি পৰম আনন্দিত। আমি উদ্ধাৰ কৰা পোৱালি কেইটাক সহায় কৰিবলৈ সক্ষম হৈছো। এতিয়া, আমি সিহঁতক আমাৰ গঁড় পুনৰ্সংস্থাপন নিয়মৰ মাজেৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দি পুনৰ বনৰ মাজলৈ পঠিয়াব খুজিছো। এই তিনিওটা গঁড় পোৱালিয়ে সুস্বাস্থ্যবান আৰু মুকলি কৰি দিয়াৰ পিছত সহজতে চিনাক্ত কৰিবলৈ কানত চিহ্ন যুক্ত কিৰ ৰখা হৈছে,’’-ড০ বসুমতাৰীয়ে কয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd