• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ খাদ্য-সুৰক্ষা নিশ্চিতৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 12:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৫ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰে মুখ্যমন্ত্ৰীৰ বৈঠক বাৰিষাৰ সময়ছোৱাত বন্যপ্ৰাণীৰ খাদ্য আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৯ এপ্ৰিলত ৫ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতেএক বৈঠকত মিলিত হয়।

Apply Now

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা ব্যৱস্থাত থকা আসোঁৱাহ দূৰ কৰা আৰু নিৰাপত্তা ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ বাবে বিশ্ব পৰ্যায়ত বিশেষ সফলতা লাভ কৰা পদ্ধতি সমূহ প্ৰয়োগ কৰিবলৈ বন বিভাগ, ৫খন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে বানপানীৰ সময়ত উদ্যানখনৰ পৰা বাহিৰলৈ ওলাই যোৱা গঁড় সমূহক পুনৰ নিৰাপদে ওভতাই অনাৰ বাবে শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি আংলং জিলাৰ বন সংমণ্ডল বিষয়া কেইগৰাকীক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান সমস্যা সমাধানৰ বাবে বিশেষজ্ঞ সকলৰ লগত আলোচনা কৰি পৰামৰ্শ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।

আনহাতে বৈঠকতে পুৰণি মথাউৰি শক্তিশালী কৰা আৰু মথাউৰিৰ কাম-কাজৰ বাবে নেশ্যনেল ব’ৰ্ড অফ ৱাইল্ড লাইফে অনুমোদন জনাইছে বুলিও মুখ্যমন্ত্ৰী গৰাকীক ফ্ৰেমাৰ মুখ্যকাৰ্যবাহী বিষয়া নীতিন খাৰে অৱগত কৰে। এই ক্ষেত্ৰত সকলো দিশ  চোৱা চিতা কৰাৰ পিছত এডিবি প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব বুলিও মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে অৱগত কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বাৰিষা কালছোৱাত নিৰীক্ষণ ব্যৱস্থাটো অধিক শক্তিশালী কৰিব লাগিব। এই ৫খন জিলাই সকলো সময়তে সজাগ হৈ থকাৰ উপৰি সহযোগিতাৰ দিশটো অধিক শক্তিশালী কৰি তুলিব লাগিব। বাৰিষাৰ সময়ছোৱাত মুঠ ৩৩ টা হাইলেণ্ডত সঠিকভাৱে নিৰীক্ষণ কৰিব লাগিব যাতে বন্যপ্ৰাণী সমূহৰ নিৰাপত্তা আৰু খাদ্য যোগান নিশ্চিত কৰিব পৰা যায়।

তাৰোপৰি গড়ঁৰ পোৱালি সমূহক যাতে বানপানীৰ সময়ত নিৰাপদে উদ্ধাৰ কৰিব পৰা যায় সেই দিশটো অধ্যয়ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

প্ৰতিবছৰে বানপানীত কিমান সংখ্যক জীৱ-জন্তুৰ মৃত্যু হয় তাৰ ওপৰত বিশেষ দৃষ্টি ৰখাৰ লগতে বানপানীৰ সময়ছোৱাত নদী পেট্ৰ’লিঙৰ ব্যৱস্থাটো শক্তিশালী কৰাৰ ওপৰতো মুখ্য মন্ত্ৰী গৰাকীয়ে গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে আজিৰ এই বৈঠকত জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাক মুখ্যমন্ত্ৰীয়ে সম্বৰ্দ্ধনা জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd