• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কিছুমান দিৱস পাতিয়েই সমাজৰ পৰা সমস্যা আঁতৰাব নোৱাৰি’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 26, 2018 2:24 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আমাৰ যুৱ চামৰ বহুতেই এতিয়া নিচাযুক্ত দ্ৰব্যৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা যায়। আগতে জনজাতীয় লোকসকলে দিনটোৰ পৰিশ্ৰমৰ অন্তত অৱসাদ গুচাবলৈ কিছু পৰম্পৰাগত পানীয় গ্ৰহণ কৰিছিল। কিন্তু এতিয়া সি কেৱল জনজাতিৰ মাজতে সীমাবদ্ধ নাথাকি সমাজত দূৰাৰোগ্য ব্যাধিৰ দৰে বিয়পিছে’।— এই মন্তব্য সমাজ কল্যান মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ।

মঙলবাৰে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস উপলক্ষে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধবদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সমাজ কল্যান বিভাগৰ উদ্যোগত আয়োজিত এক আলোচনা চক্ৰত ভাগ লৈ মন্ত্ৰী গৰাকীয়ে লগতে অসমত মাদক দ্ৰব্যৰ ফলত সৃষ্টি হোৱা বিভিন্ন পৰিস্থিতি নিৰাময়ৰ বাবে উচিত ব্যবস্থা গ্ৰহণৰ পোষকতা কৰে।

Apply Now

মন্ত্ৰীগৰাকীয়ে লগতে পাঠ্যক্ৰমত নীতি শিক্ষাক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও দোহাৰে। এই ক্ষেত্ৰত চৰকাৰী উদ্যোগত পদক্ষেপ গ্ৰহণৰ বাবে ব্যৱস্থা ল’ব বুলিও তেওঁ প্ৰকাশ কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে কয়— ‘নিচাসক্ত কেইজনমান ৰোগীক মাজতে ধৰি নিচাবন্ধ কৰিব বিচাৰিলে নিচাযুক্ত দ্ৰব্য সেৱনৰ সমস্যাটো সমাধান কৰিব পৰা নাযাব। তাৰ বাবে লাগিব এক প্ৰনালীবদ্ধ ব্যৱস্থা। কিন্তু সেইটো আমাৰ সমাজত হোৱা নাই’। তেওঁ সমাজৰ পৰা এনেধৰনৰ সমস্যা দূৰ কৰিবলৈ ব্যক্তিৰ আৱেগিক আৰু মনস্তাত্বিক পৰিপক্কতাৰ প্ৰয়োজন আছে বুলি মত প্ৰকাশ কৰে। তেওঁ এই মনস্তাত্বিক আৰু আৱেগিক পৰিপক্কতা বিদ্যালয়সমূহৰ পৰাই ল’ৰা-ছোৱালীৰ মনত গঢ় দিব লাগিব বুলিও দোহাৰে।

আনহাতে আলোচনা চক্ৰত ভাগ লৈ সাংবাদিক নিতুমণি শইকীয়াই কিছুমান দিৱস পাতিয়েই সমস্যা সমূহ সমাজৰ পৰা আঁতৰাব পৰা নাযাব বুলি উল্লেখ কৰি তেওঁ কয় যে এই দিৱস সমূহৰ তাৎপৰ্য অন্তৰেৰে গ্ৰহণ কৰি আগবাঢ়িব লাগিব। তেওঁ লগতে সুৰাৰ বিপণীসমূহ আবেলি দুই বজাৰ পৰিৱৰ্তে পুৱা ১০ বজাত খোলাৰ অনুমতি দিয়া, দেশীয় সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ দিয়া আদি কাৰ্যৰ দ্বাৰা চৰকাৰে কিছুমান স্ব-বিৰোধী স্থিতি লোৱা বুলিও চৰকাৰক সমালোচনা কৰে।

আজিৰ এই আলোচনা চক্ৰত সমাজ কল্যান বিভাগৰ সঞ্চালক এছ এছ মীণাক্ষিসুন্দৰম, মনোৰোগ বিশেষজ্ঞ ডাঃ চিৰঞ্জীৱ কাকতিও উপস্থিত থাকে।

বিয়লিৰ ভাগত এই দিৱস উপলক্ষে অসম আৰক্ষী, চিআৰপিএফ আৰু কেইবাটাও সংস্থাৰ উদ্যোগত দ্বিতীয়লানি আলোচনা চক্ৰ অনুষ্ঠিত হয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd