• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুৰি গৰাকী বিশিষ্ট নগঞাক অৰুণোদয় সন্মান প্ৰদান

মিন্টূ দাস by মিন্টূ দাস
June 11, 2018 9:26 am
auronodoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত  সাহিত্য-সংস্কৃতি, অসমৰ সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা কুৰি গৰাকী নগঞাক অৰুণোদয় সন্মান আগবঢ়োৱা হয়।

”সম্প্ৰতি অসমীয়া ভাষাটোৱে সংকটৰ সন্মুখীন হৈছে। অসমীয়া ভাষাৰ দুৰ্যোগ কালত ভাষাটোক শুদ্ধ ৰূপত জীয়াই ৰখাৰ দায়িত্ব প্ৰতিজন অসমীয়াই ল’ব লাগিব।”- এই মন্তব্য বিশিষ্ট শংকৰী গৱেষক তথা আনন্দৰাম বৰুৱা বঁ‌টা প্ৰাপক ড° নৰেন কলিতাৰ।

Apply Now

ভাষা-সাহিত্য-সংস্কৃতি চৰ্চা আৰু অনুশীলনৰ মুকলি মঞ্চ নগাঁৱৰ অন্যতম সাহিত্যানুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাই প্ৰথমবাৰৰ বাবে কুৰিজন বিশিষ্ট নগঞাক ”অৰুণোদয় সন্মান-২০১৮” প্ৰদান কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ কয়, ‘’অৰুণোদয়ৰ দৰে অনুষ্ঠানবোৰেও অসমীয়া ভাষাটোক সংকটৰ গৰাহত নপৰিবলৈ দায়িত্ব ল’ব লাগিব।‘’

অৰুণোদয় সাহিত্য চ’ৰাৰ পঞ্চম মধ্যকালীন অধিৱেশন তথা প্ৰতিষ্ঠা দিবসৰ লগত সংগতি ৰাখি দিনৰ এক বজাত অনুষ্ঠিত হোৱা মুকলি সভাত এই সন্মান প্ৰদান কৰা বিশিষ্ট নগঞা সকল হ’ল পদ্মশ্ৰী ড° জয়শ্ৰী গোস্বামী মহন্ত, উপেন্দ্ৰ বৰকটকী, তিলক চন্দ্ৰ মজুমদাৰ, জ্ঞানদা বৰা, ড° জ্যোৰ্তিময় জানা, ডাঃ  দিলীপ কুমাৰ বৰুৱা, ফনীন্দ্ৰ নাথ গায়ন, গুণীন হাজৰিকা, ৰাজেন বৰকাকতি, যজ্ঞ বেজবৰুৱা, বল্লদেৱ শৰ্মা, অজিত বৰঠাকুৰ, নৌশাদ আখতাৰ হাজৰিকা, ছিৰাজুদ্দিন আহমেদ, লীলা শইকীয়া, গুণ মহন্ত, দেবেন্দ্ৰ সিং সেহমী, সুজিত দাস, নেত্ৰকমল বৰঠাকুৰ আৰু অমিয়া পাটৰ।

অৰুণোদয় সাহিত্য চ’ৰাৰ সভাপতি ভৱেশ মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত পদ্মশ্ৰী ড° জয়শ্ৰী গোস্বামী মহন্তই সন্মান গ্ৰহণ কৰি দিয়া ভাষণত অৰুণোদয়ক শলাগ লোৱাৰ লগতে  ভাষা জননীক সাৱলীল ৰূপত ব্যৱহাৰৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ গধুৰ দায়িত্ব আছে বুলি মন্তব্য কৰে।

বিশিষ্ট সাহিত্যিক তিলক চন্দ্ৰ মজুমদাৰে অৰুণোদয় সন্মান গ্ৰহণ কৰি দিয়া ভাষণত শুদ্ধ অসমীয়া ভাষাৰ ব্যৱহাৰৰ সম্পৰ্কে নতুন প্ৰজন্মৰ মাজত আলোচনা, কৰ্মশালাৰ আয়োজন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ মাতৃভাষা শুদ্ধকৈ নাজানিলে পৃথিৱীৰ কোনো ভাষাই সম্পূৰ্ণকৈ আয়ত্ব কৰাতো কঠিন বুলি মন্তব্য কৰে।

বিশিষ্ট চিন্তাবিদ ড° জ্যোতিৰ্ময় জানাই অৰুণোদয়ৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে অৰুণোদয়ে ভাষা সাহিত্যৰ বাবে প্ৰতিটো কামতে সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে। সাহিত্যিক তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকায়ো অনুষ্ঠানত বক্তব্য ৰাখে। অনুষ্ঠানটোৰ আঁ‌ত ধৰে সম্পাদক মুৰুলী বৰুৱাই আৰু আদৰণি ভাষণ প্ৰদান কৰে ড° দিলীপ শৰ্মাই।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd