• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ নদীক নিৰীক্ষণ কৰি আছে : সুষমা স্বৰাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2018 5:47 pm
সুষমা স্বৰাজ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে বৃহস্পতিবাৰে কয়, ‘চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ সোঁত সাৱধানে নিৰীক্ষণ কৰি আছে যাতে যিকোনো অস্বাভাৱিকতা আগতীয়াকৈ ধৰা পেলাব পৰা যায় আৰু সংশোধনমূলক আৰু প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিব পৰা যায়।’

চীনৰফালে থকা ব্ৰহ্মপুত্ৰৰ উৎস ইয়াৰ উপনৈসমূহত চীনে বান্ধ নিৰ্মাণ কৰিছে নেকি আৰু ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী প্ৰদুষিত হৈছে নেকি জানিব খোজা এক লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে ৰাজ্য সভাত কয় যে ভাৰত চৰকাৰে চীনা বৈদেশিক মন্ত্ৰ্যালয়ে এনে যোগসূত্ৰ অস্বীকাৰ কৰি এই দুৰ্যোগ মানৱসৃষ্ট নহয় ভূমিকম্প সৃষ্টহে বুলি  জাৰি কৰা বিবৃতি লক্ষ্য কৰিছে।

Apply Now

তেওঁ লগতে কয় যে, ‘সীমান্তৰ দুয়ো পাৰে থকা নদীসমূহ সন্দৰ্ভত আমাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত ২০০৬ চনত গঠিত হোৱা এক আনুষ্ঠানিক বিশেষজ্ঞ পৰ্যায়ৰ কাৰ্য প্ৰণালীকে ধৰি যোগাযোগ ৰাখিব খোজে।

তেওঁ কয়, ‘সীমান্তৰ দুয়োপাৰে থকা নদী সমূহৰ পানীৰ ওপৰত বুজন নিৰ্ধাৰিত ব্যৱহাৰকাৰী অধিকাৰ থকা নিম্নভাগৰ নৈপৰীয়া ৰাষ্ট্ৰ হিচাপে ভাৰত চৰকাৰে চীনা শীৰ্ষতম কৰ্তৃপক্ষক ধাৰাবাহিকভাৱে ইয়াৰ মতামত আৰু উদ্বিগ্নতা জনাই আহিছে আৰু তেওঁলোকক ওপৰ অংশত কৰা কোনো কাৰ্যকলাপৰ বাবে নিম্ন অংশৰ ৰাষ্ট্ৰসমূহৰ স্বাৰ্থ যাতে বিঘ্নিত নহয় সেইটো নিশ্চিত কৰাৰ বাবে তেওঁলোকক আহ্বান জনাই আহিছে।’

মন্ত্ৰী গৰাকীয়ে লগতে জনায় যে শেহতীয়াকৈ ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ অহা চীনা বিদেশ মন্ত্ৰী গৰাকীৰ সন্মুখতো তেওঁ বিষয়টো উত্থাপন কৰিছিল।

স্বৰাজে লগতে জনায় যে ব্ৰহ্মপুত্ৰৰ পানী ব্যৱহাৰ কৰা বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহৰ সৈতে কেন্দ্ৰই ঘনিষ্ঠ সহযোগিতা ৰক্ষা কৰি চলিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm
এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd