• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত সদৌ বিটিএডি অনুসূচীত জনজাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 5, 2018 2:12 pm
BTAD protest-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিএডিত বাস কৰা অনুসূচীত জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ বিটিএডি অনুসুচীত জনজাতি ছাত্ৰসন্থা নামৰ সংগঠনটোৱে কোকৰাঝাৰৰ  জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখৰ শিশু উদ্যানখনৰ সমুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সদৌ বিটিএডি অনুসুচীত জনজাতি ছাত্ৰসন্থাৰ প্ৰায় দুশৰো অধিক কৰ্মকৰ্তা আৰু তেওঁলোকৰ সমৰ্থনত অন্য সাধাৰণ জনতাই পুৱা ১১ বজাৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

প্ৰতিবাদকাৰীসকলে প্লেকাৰ্ড আৰু ফেষ্টুন লৈ তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে শ্লোগান দিয়ে।

Apply Now

কোকৰাঝাৰৰ উপায়ুক্তৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখী আৰু বিটিছিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সদৌ বিটিএডি অনুসূচীত জনজাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ সৰকাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে বিভিন্ন বিষয় আৰু দাবীৰ সমৰ্থনত তেওঁলোকে ২ঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। তেওঁলোকে দাবী কৰিছে যে বিটিচি এলেকাত বাস কৰা অনুসূচীত জনজাতিৰ শিক্ষিত, মেধাসম্পন্ন নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে চাকৰি সংৰক্ষণ কৰাৰ বাবে দাবী তোলে।

সৰকাৰে আৰু কয় যে সন্থাই বিটিচি কৰ্তৃপক্ষৰ ওপৰত দাবী জনাইছে যে অন্য সম্প্ৰদায়সমূহৰ দৰে সমানে উন্নতি কৰাৰ বাবে ৪০খন এম চি এল এত অনুসূচীত জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত কৰি ৰাখিব লাগে। সৰকাৰে অভিযোগ কৰিছে যে বিটিচি চৰকাৰে অনুসূচীত সম্প্ৰদায়সূহক বিকাশৰ গাঁথনিৰ মাজলৈ লৈ অনাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

সন্থাই আৰু দাবী কৰিছে যে ভিতৰুৱা এলেকাত বাস কৰা অনুসূচীত জনজাতি লোকসকলক খোৱা পানী, বিদ্যুত, যাতায়াতৰ বাবে বাট-পথ, মেট্ৰিকত অৱতীৰ্ণ হোৱা আৰু উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বাবে জলপানিৰ ব্যৱস্থা কৰা, বন আৰু ৰাজহ ভূমি প্ৰদান কৰা হওক।

উললএখ্য যে ২০১৫ চনতে বিটিচি চৰকাৰে ঘোষণা কৰিছিল যে প্ৰতিটো ভূমিহীন অনুসূচীত জনজাতি পৰিয়ালক ১ বিঘা ১১ লেচা ভূমি প্ৰদান কৰা হ’ব।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd