• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত স্বচ্ছ ভাৰত অভিযানৰ অন্তর্গত “স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” উন্মোচন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 27, 2018 9:06 pm
swachch

প্ৰতিনিধিত্বমূলক ফটো

302
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ চুকে কোণে স্বচ্ছতা , পৰিষ্কাৰ পৰিচন্নতা বজাই ৰখাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান নামৰ এটা অভিলাসী আঁচনি উন্মোচন কৰাৰ পাছত কম বেছি পৰিমাণে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিষ্কাৰ পৰিচন্নতা দেখিবলৈ পোৱা গৈছে। এই অভিযানৰ এটা অংশ হিচাপে ভাৰতৰ গাঁওসমূহক চাফ-চিকুণতাৰ মাজেৰে প্ৰদূষণমুক্ত পৰিবেশ এটা সৃষ্টি কৰাৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি ”স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” নামৰ  এটা আঁচনি ৰূপায়ণ কৰিবলৈ হাতত লোৱা হৈছে।

আজি কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত মংগলিক অনুষ্ঠানৰ জৰিয়তে কোকৰাঝাৰ জিলাত  ”স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” চমুকৈ “এছএছজি-২০১৮”  অভিযান আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

কোকৰাঝাৰ জিলা পানী যোগান আৰু অনাময় সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আঁচনিখন আমন্ত্ৰিত অতিথি সকলৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰে বিটিচিৰ বিভাগীয় কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰীয়ে।

সমগ্ৰ ভাৰতবৰ্ষত “স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” অভিযান অহা ১ তাৰিখৰ পৰা ৩১ আগষ্টলৈকে চলি থাকিব। আজি কোকৰাঝাৰত উক্ত আঁচনি উন্মোচন কৰি বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰীয়ে কয় যে স্বচ্ছ ভাৰত মিছনৰ যোগেদি যিমান শৌচালয় নিৰ্মাণ কৰা হ’ব সেই সমূহ “স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮” আঁচনিৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব।

ইতিমধ্যে বিটিচিৰ চাৰিখন জিলাৰ ভিতৰত কোকৰাঝাৰ জিলাত লক্ষাধিক শৌচালয়ৰ নিৰ্মাণৰ লক্ষ্য আছিল আৰু তাৰে বেছি ভাগেই নিৰ্মাণ কৰাৰ পাছত বৰ্তমান মাত্ৰ তিনি হাজাৰ মান নিৰ্মাণ হ’বলৈ বাকী বুলি ঘোষণা কৰি চিৰাং জিলাত সফলতাৰে শৌচালয় নিৰ্মাণ কৰা হৈছে দৈমাৰীয়ে বুলি প্ৰকাশ কৰে।

Recent News

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd