• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

কোল্হাপুৰ আল্ট্ৰা মাৰাথন ২০১৮ত অংশ ল’ব ছিকিমৰ চাৰিগৰাকী মাৰাথন খেলুৱৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2018 1:24 pm
Sikkim marathon man Amar Subba with Sushila Rai
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ছিকিম মাৰাথন মানৱ’ ৰূপে পৰিচিত অমৰ চুব্বা ৰাগেডিয়ান কোল্হাপুৰ আল্ট্ৰা মাৰাথন ২০১৮ প্ৰতিযোগিতাৰ বাবে এজন এম্বেছেডৰ হিচাপে অংশগ্ৰহণ কৰিব। তেওঁৰ লগতে ছিকিমৰ পৰা উক্ত মাৰাথনত চাৰিজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি মঙলবাৰে জানিবলৈ দিয়ে।

১১ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া মাৰাথন প্ৰতিযোগিতাত ছিকিমৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ কেইগৰাকী হ’ল শুশীলা ৰায়, বুদ্ধ সিঙ চুব্বা আৰু সুৰট ৰাজ চুব্বা।

Apply Now

উল্লেখ্য যে শুশীলা ৰায় আৰু বুদ্ধ সিঙ চুব্বাই ব্যক্তিগত মহিলা আৰু পুৰুষ শাখাত অংশ ল’ব। আনহাতে সুৰট ৰাজ চুব্বাই ১০ কিলোমিটাৰ দৌৰ শাখাত অংশ ল’ব। মনকৰিবলগীয়া যে ছিকিমৰ এই তিনিওজন মাৰাথন খেলুৱৈয়ে অমৰ চুব্বাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

১১ ফেব্ৰুৱাৰিৰ পৰা মহাৰাষ্ট্ৰৰ কোল্হাপুৰত অনুষ্ঠিত হ’বলগীয়া মাৰাথন প্ৰতিযোগিতাৰ বাবে দেশ বিদেশৰ পৰা প্ৰায় ৫০,০০০ এথলীটে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই আশা প্ৰকাশ কৰিছে।

এই মাৰাথানত ছিকিমৰ অমৰ চুব্বাই ৫০ কিলোমিটাৰ শাখাত অংশগ্ৰহণ কৰিব বুলি জনায়। তেওঁ লগতে কয় যে ছিকিমৰ জৈৱ মিশন তথা চহকী কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰৰ বাবে মই দৌৰত অংশ লম।

স্মৰ্তব্য যে ২০১৬ চনৰ ১৮ জানুৱাৰি দিনা ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে ছিকিমিক দেশৰ ভিতৰত একমাত্ৰ জৈৱিক খেতিৰ ৰাজ্য বুলি ঘোষণা কৰিছিল।

আনহাতে ৰাজ্যখনৰ একমাত্ৰ মহিলা মাৰাথন প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী শুশীলা ৰায় এগৰাকী অত্যন্ত প্ৰতিভাশালী দৌৰবিদ।

তেওঁ অলপতে পাটনা মাৰাথনত অংশগ্ৰহণ কৰি প্ৰতিযোগিতাৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি ছিকিম ৰানাথন আৰু ছিকিম ৰানটো উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিছিল।

কোল্হাপুৰ আল্ট্ৰা মাৰাথন প্ৰতিযোগিতাত অংশ ল’বৰ বাবে ছিকিমৰ চাৰিগৰাকী মাৰাথন খেলুৱৈয়ে ৭ ফেব্ৰুৱাৰিৰ দিনা ৰাওনা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd