• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰিকেটাৰ গম্ভীৰৰ মহানুভৱতা : এইবাৰ কান্ধপাতি ল’লে বজালীৰ চহিদ বলেন হৰিজনৰ সন্তানৰ সমস্ত দায়িত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2018 8:15 am
Vivo IPL 2018 M19 - RCB v DD

ক্ৰিকেটাৰ গৌতম গম্ভীৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট তাৰকা তথা ২০১১ ৰ বিশ্বকাপ ফাইনেলত ৯৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলি ভাৰতীয় দলৰ জয়ত মুখ্য ভূমিকা পালন কৰা গৌতম গম্ভীৰে শেহতীয়াকৈ ক্ৰিকেটৰ উপৰি দেশৰ সুৰক্ষাৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰা নমস্য চহিদসকলক শ্ৰদ্ধা নিবেদনৰ বাবে হাতত লৈছে অভিনৱ পন্থা।

উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ চহিদ পৰিয়ালৰ সন্তানৰ জীৱনৰ সমস্ত দায়িত্ব বহন কৰি মহানুভৱতাৰ উমান দিছে ক্ৰিকেটাৰ গম্ভীৰে। কিছু দিন পূৰ্বে গম্ভীৰে চি আৰ পি এফৰ চহিদ জোৱান অৰ্থাৎ পলাশবাৰী সতপু্ৰৰ নিবাসী দিবাকৰ দাসৰ সন্তান অভিৰণ দিবাকৰ দাসৰ শৈক্ষিক জীৱনৰ দায়িত্ব লোৱাৰ পাছতে এতিয়া অসমৰ আন এটা চহিদ পৰিয়ালৰ সন্তানৰ দায়িত্ব গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Apply Now

বজালী মহকুমাৰ বাঘমাৰা গড়ৰ বীৰ চহিদ তথা চি আৰ পি এফৰ জোৱান বলেন হৰিজনৰ একমাত্ৰ চাৰিবছৰীয়া সন্তান ক্ৰিস্তিমান হৰিজনৰ পঢ়া-শুনাৰ উপৰি ক্ৰীড়া প্ৰতিভাৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰে সহায় কৰিব গৌতম গম্ভীৰ তথা তেওঁৰ ফাউণ্ডেশ্যনে।

জানিব পৰা মতে মঙলবাৰে গৌতম গম্ভীৰ ফাউণ্ডেশ্যনৰ প্ৰতিনিধি প্ৰিয়ংকা শৰ্মাই বজালীৰ এই চহিদ পৰিয়ালটোৰ কাষলৈ আহি পুত্ৰৰ অধ্যয়নৰত পাঠশালাস্থিত কিড বেদ শিক্ষানুষ্ঠানখনত প্ৰিয়ংকা উপস্থিত হৈ ক্ৰিকেটাৰগৰাকীৰ বাৰ্তা প্ৰেৰণ কৰি সন্তানগৰাকীৰ সকলো দায়িত্ব বহন কৰাৰ কথা ঘোষণা কৰে।

ইফালে অহা ছমাহৰ ভিতৰত গম্ভীৰে চহিদ পৰিয়ালটোক সাক্ষাত কৰিবলৈ পাঠশালাত উপস্থিত হ’ব বুলি ফাউণ্ডেশ্যনৰ প্ৰতিনিধি প্ৰিয়ংকাই জানিবলৈ দিয়ে।

চহিদ জোৱানজনৰ পত্নী বৰ্ণালী হৰিজনৰ লগতে পাঠশালা কিড বেদৰ সঞ্চালক মৃদুল কলিতাই গম্ভীৰৰ এই পদক্ষেপ তথা মহানুভৱতাক অশেষ ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd