• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কৰ্দৈগুৰি-বামাখাতা পথটো মেৰামতি কৰাৰ দাবীত আছু, যুৱছাত্ৰ আৰু কৃষক মুক্তিৰ পথ অৱৰোধ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 26, 2018 9:34 pm
IMG_20180326_182939
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোচনীয় হৈ পৰা বামাখাতা-কৰ্দৈগুৰি গড়কাপ্তানি পথটো সদায় ব্যৱহাৰ কৰি অহা ভুক্তভোগী ৰাইজৰ এক বৃহৎ সংখ্যক আজি স্বতঃস্ফূৰ্তভাৱে পথলৈ ওলাই আহি পথ অৱৰোধ কৰে। পথটো মেৰামতি কৰাৰ বাবে কৰা সকলো আৱেদন অৰণ্য ৰোদনত পৰিণত হোৱাৰ পিছত গুৰুপ্ৰসাদ দাস (সম্পাদক), নিশান্ত দাস (সম্পাদক), কুশল ৰয়ৰ নেতৃত্বত আছুৰ হস্তিনাপুৰ আঞ্চলিক কমিটী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰতিবাদকাৰীসকলে পথ বন্ধ কৰি তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কৈছে যে এই পথটো বজালী মহকুমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথৰ এটা যিটোৱে বজালীৰ সদৰ ঠাই পাঠশালাক বহুকেইখন ৰাজহ গাঁৱৰ সৈতে সংযোগ কৰে। এই পথটোৱে পাটাছাৰকুছি বিধানসভা সমষ্টি আৰু ভৱানীপুৰ বিধানসভা সমষ্টিকো সংযোগ কৰায়।এই পথটোৰ একাংশ পৰে পাটাছাৰকুছি আৰু আনটো অংশ ভৱানীপুৰ বিধানসভা সমষ্টিত পৰে।

Apply Now

প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে যে ৪১নং ভৱানীপুৰ সমষ্টিৰ বিধায়ক আব্দুল কালাম আজাদ আৰু ৪২নং পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই সঠিক সময়ত পথটোৰ মেৰামতিৰ কাম কৰোৱাত ব্যৰ্থ হৈছে আৰু উপায়বিহীন হৈ মানুহে এই বিপজ্জনক পথটো ব্যৱহাৰ কৰিবলগীয়া হৈ আছে। এইপথটোত থকা দলঙবোৰৰ মূৰত খহনীয়া হোৱাৰ উপৰিও পথটোৰ মাজে মাজে গাঁতৰ সৃষ্টি হৈ বেয়াকৈ নষ্ট হৈ পৰিছে।

ৰাইজে অভিযোগ কৰিছে যে বৰ্তমান পথটো এটা মৰণফাণ্দলৈ ৰূপান্তৰিত হৈ পৰিছে আৰু পথটোত দুৰ্ঘটনা এটা নিত্য নৈমিত্যিক ঘটনা হৈ পৰিছে। এই পথটোৰে অহা-যোৱা ছাত্ৰ-ছাত্ৰী আৰু অন্যন্য লোকসকল অবৰ্ণনীয় অৱস্থাৰ মুখামুখী হ’বলগীয়া হয়। এই পথটোৱে কেন্দুগুৰিত ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে আৰু সেয়েহে এই পথচোৱা যান–বাহন আৰু মানুহৰ আহ-যাহে দিন ৰাতি ব্যস্ত কৰি ৰাখে।

এই পথটোৰে যান-বাহনৰ ভীৰ বাঢ়ি অহাৰ বাবে এতিয়া বহন কাৰ প্ৰয়োজন হৈ পৰিছে। কেন্দুগুৰিৰ পৰা গহীনপৰালৈ অহা প্ৰথমৰ খিনি পথ তুলনামূলকভাৱে দ’ সেয়েহে পহুমাৰা নদীৰ পানীয়ে বাৰিষা পথটোৰ একাংশ ডুবাই পেলায় আৰু সেয়েহে ৰাইজে উক্ত পথচোৱা ওখ কৰাৰ বাবে দাবী তুলিছে।

প্ৰতিবাদকাৰীসকলে বিজেপিনেতৃত্বাধীন চৰকাৰৰ বিপক্ষে শ্লোগান দিয়ে আৰু তেওঁলোকৰ দাবীৰ সপক্ষে প্লেকাৰ্ড প্ৰদৰ্শন কৰে। ৰাইজে সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শান্তনা বৰাৰ যোগেদি বৰপেটা জিলাৰ উপয়ুক্ত থানেশ্বৰ মালাকৰলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। বজালী আৰক্ষী প্ৰশাসনৰ এটা আৰক্ষীৰ দলসহ মহকুমা আৰক্ষী বিষয়া তেলেশ্বৰ শইকীয়াই পৰস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদস্থলীত উপস্থিত হয়।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd