• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্মচাৰীৰ দৰমহাৰ আঁসোৱাহ দূৰ কৰাত ব্যৰ্থ হৈছে দৰমহা আসোঁৱাহ সমিতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 23, 2018 2:26 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজ্য চৰকাৰে ২১ জুনত দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে ৰাজ্যখনত কৰ্মচাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদেও দৰমহা আসোঁৱাহ সমিতিৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰিছো’। আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই।

তেওঁ লগতে দৰমহা আঁসোৱাহ সমিতিয়ে বিবেচনা নকৰা আসোঁৱাহসমূহ সদৰী কৰি কয় যে সংশোধিত হাৰৰ দৰমহাত পে’ বেণ্ড ১ ৰ পৰা ৩ লৈ পে’ বেণ্ডৰ দৈৰ্ঘ্যতা বৃদ্ধি কৰা, সংশোধিত দৰমহা ১ জানুৱাৰী, ২০১৬ৰ পৰা কাৰ্য্যকৰী কৰা, চাকৰিৰ প্ৰায় শেষ বয়সত দৰমহাৰ স্থবিৰতা দূৰীকৰণৰ বাবে যোগ্যতাৰ মাপকাঠীৰ ব্যৱস্থা নাইকীয়া কৰা, প্ৰতিটো গ্ৰেড পে’ত পৃথক দৰমহা লাভালাভৰ জৰিয়তে মূল দৰমহা নিৰ্ধাৰণ কৰা বিষয়টো পুনৰ বিবেচনা কৰা, দৰমহা সংশোধনীৰ পূৰ্বে লাভ কৰা ফিক্স টি একে ধৰি অন্যান্য ভাট্টাসমূহ পুনৰ আদায় দিয়া, ঘৰ ভাড়া বানচ ১০,৮, ৭ শতাংশলৈ হ্ৰাস কৰাৰ বিপৰীতে পূৰ্বৰ দৰে ১৫, ১২, ১০ শতাংশলৈ বৃদ্ধি কৰা, MACPS ৰ বৰ্তমানৰ অৱস্থা সবলীকৰণ কৰা, বিভাগসমূহৰ বষয়া-কৰ্মচাৰীৰ দৰমহা গাঁথনিত ৰৈ যোৱা আঁসোৱাহ আৰু দৰমহাৰ আঁসোৱাহ সমিতিয়ে বিবেচনা নকৰা বিষয়সমূহ পুনৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা কৰিব লাগে।

Apply Now

তদুপৰি ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰ সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে আঁচনি ৰূপায়ণ কৰাৰ বাবে তেওঁ সংবাদমেলখনৰ জৰিয়তে চৰকাৰক দাবী জনায়। কলিতাই কয়— ‘কৰ্মৰত কেজুৱেল, ফিক্সড পে’, মাষ্টাৰৰোল কৰ্মীসকলৰ দৰমহা তথা অন্যান্য সা-সুবিধা বৃদ্ধি কৰাৰ লগতে সংশোধিত দৰমহাৰ ক্ষেত্ৰত পাবলগীয়া ২১ মাহৰ বকেয়া আদায় দিয়া আদি বিষয়ৰ ওপৰত আলোচনাৰ মাধ্যমত মীমাংসা কৰাৰ পোষকতা কৰিছো।‘

তদুপৰি উক্ত সংবাদমেলৰ জৰিয়তে কলিতাই ৰাজ্য চৰকাৰক এখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ বাবে আহ্বান জনাই লগতে কয় যে দৰমহা আঁসোৱাহ সমিতি আঁসোৱাহ সমূহ দূৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

সেয়েহে এই বিষয়সমূহ অতি শীঘ্ৰে আলোচনা কৰিবৰ বাবে তেওঁলোকে ৰাজ্য চৰকাৰক আহ্বান জনায়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd