• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খাৰুপেটীয়া মহাবিদ্যালয়ত বৰঙনি সংগ্ৰহৰ নামত আমছুৰ মাৰপিট : অনুমতি দিয়াৰ কথা অস্বীকাৰ অধ্যক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2018 9:47 pm
AMSU

ফটো ফেইচবুকৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাৰুপেটীয়া মহাবিদ্যালয়ত ২৫ জুনৰ দিনা স্নাতক মহলাত নামভৰ্তি প্ৰক্ৰিয়াৰ সময়ত নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীৰ পৰা মহাবিদ্যালয়খনত নিৰ্মীয়মাণ অৱস্থাত থকা চহিদ বেদীৰ নিৰ্মাণৰ বাবে বৰঙনি সংগ্ৰহক লৈ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আমছুৰ কাণ্ডক লৈ সৰ্বত্ৰ চৰ্চা হৈছে।

দুয়ো পক্ষই থানাত পৰস্পৰৰ বিৰুদ্ধে গোচৰ দিয়াৰ পিছত এতিয়া বোকা ছটিওৱা আৰু অভিযোগ-প্ৰতিঅভিযোগৰ আঙুলি টোঁওৱা দেখা গৈছে।

Apply Now

ছাত্ৰ একতা সভাই সংবাদ মাধ্যমক কোৱা মতে তেওঁলোকে বৰঙনি তোলাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পৰা অনুমতি লৈছিল আৰু এই বৰঙনি স্বেচ্ছামূলক আছিল।

এই ভাষ্যৰ বিপৰীতে মহাবিদ্যালয়খনৰ অধ্যক্ষই তেওঁৰ পৰা ছাত্ৰ একতা সভাই অনুমতি লোৱা নাছিল বুলিহে কয়।

উল্লেখযোগ্য যে চহিব বেদী নিৰ্মাণৰ নামত বৰঙনি তুলিবলৈ গৈ আমছুৱে গুণ্ডাগিৰিৰ কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, মহাবিদ্যালয়খনত ২৫ জুনত নামভৰ্তি কৰা একাংশ শিক্ষাৰ্থীৰ পৰা ৫০টকা কৈ চহিদ বেদীৰ নামত লৈছিল আমছুৱে। কিন্তু এজন ছাত্ৰই আমছুৰ এই কাৰ্য্যৰ বিৰোধিতা কৰে। তাৰ পিছতে ছাত্ৰজনক প্ৰহাৰ কৰে একাংশ উদণ্ড আমছু সদস্যই। কলেজ চৌহদতে ছাত্ৰজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আমছুৰ সদস্যসকলে। উন্মত্ত দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন।

পিছত এই বিষয়ে ধুলা থানাত এজাহাৰ দাখিল কৰে প্ৰহৃত ছাত্ৰজনে|

আনহাতে কথা বিষম দেখি ছাত্ৰ একতা সভায়ো যুৱক জনে প্ৰথমতে ছাত্ৰ একতা সভাৰ সদস্যক প্ৰহাৰ কৰা বুলি একেখন থানাত এজাহাৰ দাখিল কৰে|

আনহাতে আমছুৰ এটা অংশই বৰঙনি তোলা আৰু ছাত্ৰজনক মাৰপিট কৰাসকল আমছুৰ কৰ্মী নহয়, আমছুৰ ভুৱা নাম লৈ সংগঠন বদনাম কৰিব বিচৰা লোক বুলি বিষয়টোৰ পৰা নিজক বচোৱাৰ চেষ্টা কৰে।

মন কৰিব লগীয়া যে কিছু দিন পূৰ্বে মহাবিদ্যালয় সপ্তাহৰ সাংস্কৃতিক অনুষ্ঠানতো ৰাজনৈতিক ছাত্র সংগঠনৰ একাংশ কর্মীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, যাৰ ফলত জড়িতসকলক মহাবিদ্যালয় কর্তৃপক্ষই বহিষ্কাৰ কৰিব লগীয়া হৈছিল।

খাৰুপেটীয়া অঞ্চলৰ সচেতন নাগৰিকে মহাবিদ্যালয়খনৰ প্ৰশাসন ঠিক ৰখাত অধ্যক্ষৰ ব্যৰ্থ বুলিও অভিযোগ কৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd