• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণহিংসাৰ ঘটনা ৰোধৰ প্ৰচেষ্টা : ত্ৰিপুৰা আৰু অসমত সীমাবদ্ধ হ’ব হোৱাটছএপৰ ফৰৱাৰ্ড সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2018 11:32 am
whatsapp-pic-edited-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰু ত্ৰিপুৰাত সংঘটিত গণহিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত হোৱাটছএপে ইয়াৰ মেছেজ ফৰৱাৰ্ড সেৱা সীমিত কৰাৰ  সিদ্ধান্ত  লৈছে। মেছেজিং সেৱা প্ৰদানকাৰী কোম্পানী হোৱাটছএপৰ  এই  সিদ্ধান্ত উত্তৰ-পূৰ্বাঞ্চলৰ  অসম আৰু ত্ৰিপুৰাত কাৰ্যকৰী হোৱাকৈ মেছেজ ফৰৱাৰ্ড কৰাৰ ক্ষেত্ৰত এই সীমাৰেখা টানিছে।

ভাৰত চৰকাৰৰ পৰামৰ্শক্ৰমে গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি হোৱাটছএপে বাৰ্তা ফৰৱাৰ্ডৰ ক্ষেত্ৰত ৫জনলৈকে সীমাবদ্ধ কৰিছে।  এয়া ব্যক্তি আৰু গ্ৰুপ দুয়োটা ক্ষেত্ৰতেই প্ৰযোজ্য হ’ব। মেছেজিং এপটোৱে ইয়াত সন্নিবিষ্ট কুইক ফৰৱাৰ্ড বাটনটোও বিকল কৰি দিয়াৰ সিদ্ধান্ত কৰিছে।

Apply Now

উল্লেখ্য যে উত্তৰ-পূৱত ক্ৰমশ বাঢ়ি অহা অপপ্ৰচাৰ আৰু গণহিংসাত্মক ঘটনাক লেকাম লগোৱাৰ বাবে ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা হোৱাটছএপক বাৰ্তা ফৰৱাৰ্ড কৰাৰ ক্ষেত্ৰত সীমাবদ্ধ আৰোপ কৰাৰ বাবে পৰামৰ্শ দিয়াৰ পাছত কোম্পানীটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ঘাইকৈ ছচিয়েল মেডিয়া আৰু মেছেজিং সেৱাসমূহৰ জড়িয়তে ভূৱা আৰু চিত্ৰ, ভিডিঅ’ সম্বলিত প্ৰৰোচনামূলক বাৰ্তা বিয়পি যোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত শেহতীয়াকৈ কেইবাটাও গণহিংসাত্মক ঘটনা সংঘটিত হৈছে। এয়া ভাৰতৰ সকলো ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলি হোৱাটছএপৰ তৰফৰ পৰা জনোৱা হৈছে।

উল্লেখ্য যে বৰ্তমান ভাৰতত ২০০,০০০,০০০তকৈও অধিক সংখক হোৱাটছএপ ব্যৱহাৰকাৰী আছে।

উল্লেখ্য যে অসম, মণিপুৰৰ লগতে শেহতীয়াভাৱে ত্ৰিপুৰাতো কেইটামান গণহিংসা আৰু ৰাজহুৱা নিৰ্বিচাৰ শাস্তি আৰু হত্যাৰ বলি হোৱাৰ ঘটনা সংঘতিত হৈছে। জুন মাহৰ ২৮ তাৰিখে দক্ষিণ ত্ৰিপুৰা জিলাৰ কালাচ্চাৰাত ত্ৰিপুৰাৰ তথ্য আৰু সংস্কৃতি বিভাগে নিয়োগ কৰা এগৰাকী ব্যক্তি সোপাধৰাৰ সন্দেহ ৰাজহুৱা নিৰ্বিচাৰ শাস্তি আৰু হত্যাৰ বলি হোৱাৰ ঘটনা সংঘটিত হৈছিল। একে দিনাই পশ্চিম ত্ৰিপুৰাতো উত্তৰ প্ৰদেশৰ পৰা অহা এজন হ’কাৰ আৰু  এগৰাকী অচিনাক্ত মহিলাক সোপাধৰা সন্দেহত ৰাজহুৱাভাৱে হত্যা কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

August 27, 2026 2:49 pm
যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

August 27, 2026 2:49 pm
যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd