• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

‘গাঁৱলৈ বলক’ শীৰ্ষক আঁচনি ৰূপায়ণ সন্দৰ্ভত মুখ্য মন্ত্ৰী বীৰেন সিঙৰ পৰ্যালোচনা সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2018 9:43 am
N-Biren-Singh-1-570x320

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ সৰ্বসাধাৰণ ৰাইজক সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ দি তেওঁলোকৰ প্ৰয়োজন আৰু সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্যখনৰ সকলো শীৰ্ষ পৰ্যায়ৰ বিষয়াকে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীৰ সচিবালয়ৰ কেবিনেট হলত সোমবাৰে অনুষ্ঠিত হোৱা ‘গাঁৱলৈ বলক’ শীৰ্ষক আঁচনিৰ এখন পৰ্যালোচনা সভাত মুখ্য মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে।

Apply Now

পৰ্যালোচনা সভাখনত ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, প্ৰশাসনীয় সচিবৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া সকল উপস্থিত আছিল।

জনসাধাৰণৰ আশা, সমস্যা আৰু প্ৰয়োজন সমূহ পূৰণৰ বাবে ‘গাৱলৈ বলক’ শীৰ্ষক আঁচনিখন ৰূপায়ণ কৰা হোৱা বুলি আলোচনাৰ সময়ত মুখ্য মন্ত্ৰী বীৰেন সিঙে জানিবলৈ দিয়ে।

তেওঁ লগতে জনসাধাৰণৰ সমস্যা সমূহ বুজ লোৱা তথা স্তব্ধ হৈ থকা আঁচনি সমূহ এমাহৰ ভিতৰত কাৰ্যক্ষম কৰি তুলিবলৈ অতি শীঘ্ৰে ব্যৱস্থা ল’বলৈও আলোচনাত উপস্থিত থকা বিষয়াসকলক আহ্বান জনায়।

‘গাঁৱলৈ বলক’ শীৰ্ষক আঁচনিখন সফলতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা সকলো বিষয়াকে মুখ্য মন্ত্ৰীগৰাকীয়ে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে। আৰু আলোচনাত উপস্থিত থকা বিষয়াসকলৰ পৰা এই আঁচনিখন সম্পৰ্কত বিভিন্ন পৰামৰ্শৱলীও গ্ৰহণ কৰে।

উল্লেখ্য যে ৰাজ্যখনৰ সকলো জনসাধাৰণৰে তথা দুৰ্গম অঞ্চলসমূহৰ উন্নয়ন সাধন কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে যোৱা ১ মে’ত এই আঁচনিখন শুভাৰম্ভ কৰিছিল।

মণিপুৰৰ সকলো গাঁৱকে এই আঁচনিৰ অধীনত সামৰি লোৱাৰ উদ্দেশ্যে তেওঁলোকৰ অভাৱ অভিযোগ সমূহ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে সপ্তাহৰ প্ৰতিটো মঙলবাৰে চৰকাৰৰ তত্বাৱধানত এটা শিবিৰৰ আয়োজন কৰিব।

মন কৰিবলগীয়া যে আঁচনিখনৰ উদ্বোধনৰ দিনাই ৰাজ্যবাসীৰ পৰা ৬০,৩৩৯ খন আবেদন লাভ কৰিছিল আৰু ইয়াৰে ২১,৩৫৩ খন আবেদনৰ গোচৰ উক্ত দিনাই গৃহীত কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd