• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৰুজনাৰ জন্মস্থান বিতৰ্ক : মৰিগাঁৱৰ উপায়ুক্তৰ বিভ্ৰান্তিকৰ মন্তব্যত বটদ্ৰৱাত প্ৰতিক্ৰিয়া

মিন্টূ দাস by মিন্টূ দাস
June 30, 2018 10:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে অসমৰ জাতীয় জীৱনক নতুন ৰঙেৰে সজাই তোলা মহাপুৰুষ শঙ্কৰ দেৱৰ জন্মস্থান প্ৰসংগত আদালতৰ মজিয়াত দুটা পক্ষৰ মাজত বিবাদ চলি থকাৰ মাজতে যোৱা ২৭ জুনত মৰিগাঁও জিলাৰ উপায়ুক্তই এটা ব্যক্তিগত বৈদ্যুতিন সংবাদ গোষ্ঠীয়ে আয়োজন কৰা ‘কণ্ঠ’ নামৰ এক অনুষ্ঠানত জন্মস্থান প্ৰসংগত কৰা কিছু বিভ্ৰান্তিমূলক বক্তব্যক কেন্দ্ৰ কৰি বটদ্ৰৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে আজি বিয়লিৰ ভাগত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আয়োজন কৰা এখন সংবাদমেলত সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে জন্মস্থানৰ প্ৰসংগত মৰিগাঁৱৰ উপায়ুক্ত গৰাকীয়ে আগবঢ়োৱা বক্তব্যক নস্যাৎ কৰি তেওঁ‌ কয়, ‘জিলা উপায়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকি ৰাইজক বিভ্ৰান্ত কৰা বক্তব্য কেতিয়াও গ্ৰহণ যোগ্য হ’ব নোৱাৰে। এখন জিলাৰ মুৰব্বী এগৰাকীয়ে ক’ব নলগীয়া কথা কোৱাটো আমি নিবিচাৰো।’

Apply Now

তদুপৰি সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰা উপায়ুক্ত গৰাকীৰ উক্ত বক্তব্য আদালতৰ সিদ্ধান্ত নহয় বুলিও সাধাৰণ সম্পাদকগৰাকীয়ে  উল্লেখ কৰে।

সংবাদ মেলত উপস্থিত থাকি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামীয়ে আদালতত বিবাদ চলি থকা অৱস্থাত মৰিগাঁও জিলাৰ উপায়ুক্তক গুৰুজনাৰ জন্মস্থানৰ সিদ্ধান্ত দিয়াৰ কৰ্তৃত্ব কোনে দিলে বুলিও প্ৰশ্ন উৎখাপন কৰে।

এই গোচৰৰ বাদী-বিবাদী পক্ষৰ সাক্ষ্য গ্ৰহণ কাৰ্য চলি থকা অৱস্থাতে জিলা উপায়ুক্ত গৰাকীয়ে বিভ্ৰান্তিমূলক বক্তব্যৰে আদালতক পৰিচালনা কৰাৰ অপপ্ৰয়াস চলোৱাৰ গোন্ধ পোৱা যেন অনুমান হৈছে বুলিও সত্ৰাধিকাৰগৰাকীয়ে নিজৰ বক্তব্যত কয়।

বটদ্ৰৱা আৰু ধিং প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকলৰ উপস্থিতিত আয়োজন কৰা সংবাদ মেলখনত পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰমোহন বৰুৱা আৰু যোগেন শইকীয়া, হেমৰাম বায়ন , লক্ষীকান্ত বৰা, হিমেশ্বৰ দাস, বিপিন বৰা, অনুপ মহেলা, তুলেশ্বৰ দৈমাৰী, পদুম কলিতা, খনিন্দ্ৰ গোস্বামী আৰু মন্টু বৰাকে প্ৰমুখ্য কৰি কাৰ্যনিৰ্বাহকৰ সদস্যসকল উপস্থিত আছিল।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd