• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত উপস্থিত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ : দৰ্শন কৰিলে কামাখ্যা মন্দিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 7:19 pm
Governor-of-Assam-Prof.-Jagdish-Mukhi-extends-warm-welcome-to-the-President-of-the-People%u2019s-Republic-of-Bangladesh-Md.-Abdul-Hamid-on-his-arrival-at-LGBI-Airport-Guwahati-on-Thursday.-570x320

বৃহস্পতিবাৰে গুৱাহাটীৰ এলজিবিআই বিমানবন্দৰত বাংলাদেশৰ ৰাষ্ট্ৰপতি ম: আব্দুল হামিদক অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আদৰণি জনোৱাৰ মুহূৰ্তত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ অসম ভ্ৰমণৰ বাবে বৃহস্পতিবাৰে বিয়লি এখন বিশেষ বিমানেৰে আহি গুৱাহাটীত উপস্থিত হৈছে।

ৰাষ্ট্ৰপতি হামিদক অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে দুগৰাকী কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত আৰু পৰিমল শুক্লবৈদ্যৰ সৈতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উষ্ম আদৰণি জনায়। বিমান বন্দৰত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া তথা আৰক্ষী বিষয়াসকল উপস্থিত আছিল।

Apply Now

ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পত্নীৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন কৰে।

বৃহস্পতিবাৰে নিশা মহানগৰীত অসমৰ ৰাজ্যপালে বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ বাবে এক অভ্যৰ্থনাৰ আয়োজন কৰিছে।

সূত্ৰসমূহে জনোৱা মতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাংলাদেশৰ ৰাষ্ট্ৰপতি গৰাকীক সম্বৰ্দ্ধনা জনাব আৰু দ্বিপাক্ষিক বিষয়, বিশেষকৈ বাণিজ্যিক তথা সাংস্কৃতিক সম্বন্ধ বৃদ্ধি কৰাৰ সম্পৰ্কত এক আলোচনাত মিলিত হ’ব।

সন্ধিয়া ৬ বজাৰ পৰা ভিভান্তা বাই তাজত বৈঠকৰ সময়সূচী নিৰ্দ্ধাৰণ কৰা হৈছে।

শুকুৰবাৰে হামিদ মেঘালয়লৈ বুলি ৰাওনা হ’ব। দুখন বায়ুসেনা বাহিনীৰ হেলিকপ্তাৰেৰে ৰাষ্ট্ৰপতিৰ দলটোক পূব খাচী পাহাৰৰ সৰু চহৰ বালাটলৈ লৈ যাব য’ত তেওঁ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। পূব গাৰো পাহাৰ জিলাৰ উপায়ুক্ত পি এছ খাৰে কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি হামিদৰ ভ্ৰমণৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।

বালাটৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে শ্বিলঙলৈ আহিব য’ত তেওঁ বিধান চন্দ্ৰ ৰায় (পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী) বাসভৱন আৰু ছিদলি হাউছ পৰিদৰ্শন কৰিব। ছিডলি হাউছত নোবেল বিজয়ী ৰবীন্দ্ৰ নাথ ঠাকুৰে ১৯২৭ চনত তেওঁৰ তৃতীয় ভ্ৰমণৰ সময়ছোৱাত থাকিবলৈ লৈছিল।

শ্বিলঙৰ ৰাজভৱনত নিশা কটোৱাৰ পিছত হামিদ গুৱাহাটীলৈ ঘুৰি আহিব আৰু অহা ১১ মাৰ্চত নতুন দিল্লীলৈ ৰাওনা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd