• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় : চাকৰি নিয়মীয়াকৰণৰ মৰীচিকা খেদি ২৬ বছৰ গ’ল মাষ্টাৰ ৰ’ল কৰ্মীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 20, 2018 7:10 pm
GMCH assam
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা সেৱা এক সৰ্বোত্তম মানৱসেৱা। অথচ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাকৰিৰ নিয়মীয়াকৰণৰ অপেক্ষাত জীৱনৰ ২৬টা পৰ্য্যন্ত বছৰ পাৰ কৰা শতাধিক মাষ্টাৰ ৰ’ল কৰ্মচাৰীয়ে নিজে বঞ্চনাৰ চিকাৰ হৈ আগবঢ়াব লগা হৈছে এই জৰুৰী সেৱা।

চিকিৎসালয়খনৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ লগতে স্থায়ী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত চৰকাৰী শোষণৰ কাহিনী ফাদিল কৰাৰ পিছত নৰ্থ ইষ্ট নাও-ৰ চৰজমিন তদন্তত এইবাৰ পোহৰলৈ আহিছে চিকিৎসালয়খনৰ মাষ্টাৰ ৰ’ল কৰ্মচাৰীসকলৰ ক্ষেত্ৰত হোৱা এই বঞ্চনা।

Apply Now

অতি কম দৰমহাত সেৱা আগবঢ়াই অহা চিকিৎসালয়খনৰ মাষ্টাৰ ৰ’ল কৰ্মচাৰীসকলৰ চাকৰিৰ নিয়মীয়াকৰণ অন্তিমবাৰৰ বাবে হৈছিল ১৯৯২ চনত, অৰ্থাৎ আজিৰ পৰা ২৬ বছৰ পূৰ্বে।

‘মই ১৯৯২ চনৰ পৰাই ইয়াত মাষ্টাৰ ৰ’ল কৰ্মী হিচাপে আছো। ১৯৯২ চনত শেষবাৰৰ বাবে মাষ্টাৰ ৰ’ল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হৈছিল,’ নৰ্থ ইষ্ট নাও-ক জনাই এগৰাকী মাষ্টাৰ ৰ’ল কৰ্মীয়ে।

১৯৯২ চনত প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ কাৰ্য্যকালত ১২৭ জন এনে কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হৈছিল বুলি জানিবলৈ দিয়ে কৰ্মচাৰীজনে।

তাৰ পূৰ্বে ১৯৭৯ চনত একাংশ আৰু ১৯৮৭ চনত ১০৫ গৰাকী মাষ্টাৰ ৰ’ল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হোৱাৰ উদাহৰণ দাঙি ধৰি কৰ্মচাৰীজনে নৰ্থ ইষ্ট নাও-ক জনায় যে আগতে মাষ্টাৰ ৰ’ল কৰ্মচাৰীৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হৈছিল।

চিকিৎসালয়খনৰ আন স্থায়ী চৰকাৰী কৰ্মচাৰীসকলৰ সমানে কাম কৰা এইসকল মাষ্টাৰ ৰ’ল কৰ্মচাৰীৰ বৰ্তমান দৰমহা মাহে মাত্ৰ ৯ হাজাৰ টকা।

চিকিৎসালয়খনত বৰ্তমান ১২৮ গৰাকী মাষ্টাৰ ৰ’ল কৰ্মচাৰী আছে বুলি জানিব পৰা গৈছে।

এই কৰ্মচাৰীসকল ৱাৰ্ড বয়, ছাফাই কৰ্মী আৰু এম আৰ ডি বিভাগত কৰ্মৰত হৈ আছে।

অধিকাৰ-বঞ্চিত কৰ্মচাৰীৰ পৰা উত্তম সেৱা আশা কৰাটো ন্যায়সংগতনে?

নিপীড়িত কৰ্মচাৰীৰ দলেৰে কিদৰে অসমৰ ৰাইজক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd