• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

‘চলো পালটাই’ শ্লোগানেৰে ত্ৰিপুৰা নিৰ্বাচনৰ ৰণডংকা বজালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে

পিনাকী দাস by পিনাকী দাস
January 7, 2018 9:48 pm
অমিত শ্বাহ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চলো পালটাই’ ‘চলো পালটাই’ এই শ্লোগানেৰে আসন্ন ত্ৰিপুৰা নিৰ্বাচনৰ বাবে ৰণডংকা বজালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে। ৰবিবাৰে আম্বাছা আৰু কুলাইত দুখন জনসভাত অংশগ্ৰহণ কৰি ত্ৰিপুৰা জনতাক উদ্দেশ্যি অধ্যক্ষগৰাকীয়ে এই শ্লোগান আওৰায়। এই শ্লোগানৰ অৰ্থ হ’ল পৰিৱৰ্তন কৰা বা চি পি এম নেতৃত্বাধীন মানিক সৰকাৰৰ চৰকাৰখন ওফৰায় বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰতিষ্ঠা কৰা।

ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে জনসভা দুখনত ৰাইজক উদ্দেশ্যি কয় যে দীৰ্ঘ দিনে শাসন চলোৱা মানিক সৰকাৰৰ দিনত চাৰিওফালে দুৰ্নীতি শিপোৱাৰ উপৰি উন্নয়ন একেবাৰে স্থৱিৰ হৈ পৰিছে। য’ত কংগ্ৰেছ আৰু বাওঁপন্থী দলে ৰাজ্যৰ শাসনভাৰ লৈছে তাতেই দুৰ্নীতি হৈছে। কিন্তু ইয়াৰ বিপৰীতে বিজেপি শাসনাধিষ্ঠ ৰাজ্যকেইখনত দুৰ্নীতি নিৰ্মূল হোৱাৰ উপৰি উন্নয়নো অধিক ক্ষীপ্ৰতাৰে গতি কৰিছে।

Apply Now

আনহাতে অধ্যক্ষ শ্বাহে মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ তুলি ত্ৰিপুৰাবাসীক নিজৰ ভৱিষৎ উজ্জল কৰাৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

‘অভূতপূৰ্ব জনসমাগম দেখি মই সম্পূৰ্ণ আত্মবিশ্বাসী যে এইবাৰ ত্ৰিপুৰাবাসীয়ে ৰাজ্যখনৰ পৰিৱৰ্তনৰ স্বাৰ্থত ওলাই আহিছে। মহিলাৰ ওপৰত অপৰাধজনিত সমস্যা অভাৱনীয়ভাবে বৃদ্ধিৰ লগতে ৰাজ্যখনৰ আইন কানুন ব্যৱস্থা থান বান হৈছে’। এই মন্তব্য অমিত শ্বাহৰ।

ইয়াৰ উপৰি কয়, ‘বিজেপি চৰকাৰে যোগাত্মক প্ৰশাসনিক পৰিৱৰ্তনেৰে কেৱল মানুহৰ জীৱন পদ্ধতি সলনি কৰাৰহে স্বাৰ্থত কাম কৰে’।

মনকৰিবলগীয়া যে বিজেপি অধ্যক্ষগৰাকীয়ে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন উপলক্ষে ৰাজ্যখনত বিজেপিৰ আয়োজিত জনসভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ৰাজ্যখনত উপস্থিত হৈছে।

তাৎপৰ্যমূলক কথা যে যদিহে ত্ৰিপুৰাবাসীয়ে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোটদান কৰে তেন্তে চৰকাৰী কৰ্মচাৰী সকলক সপ্তম দৰমহা আয়োগত সন্নিবিষ্ট কৰা আৰু শ্ৰমিকসকলৰ দৈনিক বেতন দুগুন বৃদ্ধি কৰাৰ আশ্বাস প্ৰদান কৰে ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে।

অহা মাৰ্চ মাহত ত্ৰিপুৰাৰ লগতে নাগালেণ্ড আৰু মেঘালয়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। লক্ষ্যণীয় যে ১৯৯৩চনৰ পৰা আজি পৰ্যন্ত ত্ৰিপুৰাত চি পি আই(এম)দলে শাসন ভাৰ দখল কৰি থকাৰ বিপৰীতে নাগালেণ্ডত যোৱা পোন্ধৰ বছৰে বিজেপি নাগা পিপলছ ফ্ৰণ্টৰ লগত মিত্ৰতাত আছে। আনহাতে মেঘালয় চৰকাৰ আছে কংগ্ৰেছৰ দখলত।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd