• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰিটাত লেটাৰ নম্বৰ পালে ভ’ডাফ’ন মিনি ষ্ট’ৰৰ অস্থায়ী চাফাইকৰ্মী হিচাপে নিয়োজিত বৰপেটাৰ সোণমণি দাসে

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 25, 2018 9:14 pm
SonMoniDas_Barpeta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষাৰ্থীসমাজৰ প্ৰতি সকলোৰে মনোযোগ কেন্দ্ৰীভূত হোৱাৰ সময়তে কিছুমান ব্যতিক্ৰম সফলতাই অভিভূত কৰিছে শিক্ষানুৰাগী ৰাইজক। অত্যন্ত দুখীয়া পৰিয়ালৰ কিছুমান ছাত্ৰ-ছাত্ৰী নিজৰ কষ্টসহিষ্ণুতা আৰু একাগ্ৰতাৰ চূড়ান্ত নিদৰ্শনেৰে দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী ছাত্ৰী হ’ল সত্ৰনগৰী বৰপেটাৰ এটা তেনেই দৰিদ্ৰ পৰিয়ালৰ সোনমণি দাস। তেওঁ চহৰখনৰ ভ’ডাফ’ন মিনি ষ্ট’ৰত অস্থায়ী চাফাই কৰ্মী হিচাপে কাম কৰে। কিন্তু আৰ্থিক কষ্টৰ মাজত আৰু প্ৰয়োজনীয় সা-সুবিধাৰ অবিহনেই নিজৰ শিক্ষা আহৰণ যাত্ৰা কৰা সোণমণি দাসে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চাৰিটাকৈ বিষয়ত লেটাৰ নম্বৰ লাভ কৰি পৰিয়ালৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মুখতো হাঁহি বিৰিঙাবলৈ সক্ষম হয়।

তেওঁ বৰপেটা চহৰৰ দলাহাটী নিবাসী প্ৰয়াত দিপুল জিৎ দাসৰ সন্তান। বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ অসমীয়াত ৮৯, ইংৰাজীত ৮৪, হিন্দীত ৮২ আৰু সমাজ বিজ্ঞানত ৮০  নম্বৰসহ সৰ্বমুঠ ৪৭৯ নম্বৰ লাভ কৰে।

Apply Now

উল্লেখযোগ্য যে প্ৰায় পাঁচ বছৰ পূৰ্বে পিতৃক অকালতে হেৰুওৱাৰ ফলত সোণমণিৰ ঘৰখনলৈ ঘোৰ অমানিশা নামি আহিছিল যদিও পঢ়া-শুনাৰ পৰা পিছ হুঁহকি অহা নাছিল সোনমণিয়ে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য পিতৃক হেৰুওৱা সোণমণিয়ে আৰ্থিক দিশত মাতৃক সকাহ দিয়াৰ বাবে চহৰখনৰ ভ’ডাফ’ন মিনি ষ্ট’ৰত অস্থায়ী চাফাইকৰ্মী হিচাপে কাম কৰিছিল।

ছাত্ৰগৰাকীৰ এনে সাফল্যত অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাসে সোনমণিৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে কিছু আৰ্থিক সাহায্যও প্ৰদান কৰে। ভৱিষ্যতে এগৰাকী অভিযন্তা হ’বলৈ ইচ্ছা প্ৰকাশ কৰা সোনমণিৰ ইচ্ছা যাতে অপূৰণীয় হৈ নৰয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সচেতন ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছে সোনমণিৰ মাকে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd