• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী ধনৰ অপচয় : পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ স্বচ্ছতাক লৈ প্ৰশ্ন আৰটিআই কৰ্মী জুৱেলৰ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
July 20, 2018 1:35 pm
Jewel Sengyung and Sathminthang Khongsai Press Meet at Haflong
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সামগ্ৰিক কাম কাজৰ লগতে দেব’লাল গাৰ্লচা নেৰ্তৃত্বাধীন স্বায়ত্ত শাসিত পৰিষদত চৰকাৰী পূঁজিৰ অপব্যৱহাৰ হৈছে’। বৃহস্পতিবাৰে হাফলঙত এক সংবাদমেল সম্বোধন কৰি আৰটিআই কৰ্মী জুৱেল আৰু সমাজকৰ্মী চিত্মিনথাঙ খংছাইয়ে এই গুৰুতৰ অভিযোগ তথা প্ৰশ্ন উত্থাপন কৰে।

এই অভিযোগৰ আঁত ধৰি তেওঁলোকে কয় যে পৰিষদৰ সাধাৰণ কৰ্মচাৰী সকলৰ বাকি থকা দৰমহা মোকলাই দিয়াৰ কাৰনে ৰাজ্য চৰকাৰে অলপতে পৰিষদক ২৫ কোটি টকাৰ বিশেষ আৰ্থিক অনুদান আগবঢ়াইছিল। পাৰ্বত্য পৰিষদে তাৰ পৰা পোন্ধৰ কোটি দৰমহাত ব্যয় কৰিছে আৰু অৱশিষ্ট দহ কোটি টকা উন্নয়নৰ কামত ব্যয় কৰা বুলি আৰটিআই যোগেদি পৰিষদৰ অৰ্থ বিভাগৰ সচিবে জানিবলৈ দিয়ে।

Apply Now

কিন্তু লক্ষ্যণীয়ভাৱে ক’ত আৰু কি কামত এই বৃহৎ ধনৰাশি ব্যয় কৰা হয় বুলি আবেদন জনোৱাত উত্তৰত মাত্ৰ তেত্ৰিশ লাখ ব্যয়েৰে হাফলং গড়কাপ্তানী বিভাগৰ এখন এক্সাভেটৰ (জেচিবি) ক্ৰয় কৰা হৈছে বুলি জানিবলৈ দিয়া হয়। কিন্তু বাকী ৯ কোটি ৬৭ লাখ টকা ক’ত ব্যয় কৰা হৈছে তাৰ হিচাপ দিব পৰা নাই।

উল্লেখ্য যে চলতি বছৰৰ যোৱা ২৯ মে’ত পৰিষদৰ প্ৰধান সচিবৰ উদ্দেশ্যে এই ধনৰাশি ক’ত ব্যয় হ’ল জনাৰ উদ্দেশ্যে এখন আবেদন পত্ৰ জমা দিয়া হৈছিল। আৰু পোন্ধৰ দিন পাছত অৰ্থ্যাৎ ১৬ জুনত এখন আধৰুৱা প্ৰত্যুত্তৰ আহে। ইয়াৰ পাছতে বুধবাৰে পৰিষদৰ অৰ্থ বিভাগৰ ফালৰ পৰা চুড়ান্ত প্ৰত্যুত্তৰ আহে যদিও কিন্তু তাত ৯ কৌটি ৬৭ লাখৰ হিচাপ নাই।

এই সন্দৰ্ভত জুৱেলে উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে বিজেপি দলে আৰ্থিক লেনদেনৰ ক্ষেত্ৰত ব্যাপক অৰাজকতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

আনহাতে সমাজকৰ্মী চিত্মিনথাঙে কয় যে প্ৰথমবাৰৰ বাবে দৰমহাৰ তহবিল কৰ্তন কৰি পৰিষদে উন্নয়নৰ কাৰনে ধন ব্যয় কৰিছে। যি আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। কিয়নো গড়কাপ্তানী বিভাগ ৰাজ্য চৰকাৰৰ অধীনস্থ এটা বিয়াগোম বিভাগ। য’ত মেচিন আদি ক্ৰয় কৰাৰ কাৰণে পৃথক বাজেট থাকে। ইয়াৰ জৰিয়তে প্ৰমাণ হয় যে পৰিষদত কেনেদৰে চলি আছে ব্যাপক বিত্তীয় অনিয়ম।

উল্লেখ্য যে দুয়োগৰাকী আৰটিআই তথা সমাজকৰ্মীয়ে অনাগত দিনত এই ক্ষেত্ৰত ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা বিচাৰিছে।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd