• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ছাত্ৰসকল সমাজৰ গুৰুত্বপূৰ্ণ সম্পদ : অৰুণাচলৰ ৰাজ্যপাল

প্ৰনব কুমাৰ দাস by প্ৰনব কুমাৰ দাস
January 23, 2018 9:05 am
অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ (অৱসৰপ্ৰাপ্ত) বি ডি মিশ্ৰই সোমবাৰে ৰাজ্যখনৰ তিনিখন আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান –দৈমুখৰ ৰণো হিলছৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, নিৰজুলিৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকন’লজি আৰু নেশ্যনেল ইনষ্টিটিউট অফ টেকন’লজি, অৰুণাচল প্ৰদেশৰ ছাত্ৰসকলৰ সৈতে ইটানগৰৰ ৰাজভৱনত মত বিনিময় কৰে।

ছাত্ৰসকলক উদ্দেশ্যি ৰাজ্যপালগৰাকীয়ে কয় যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল বিশেষকৈ সমাজ, ৰাজ্য আৰু ৰাষ্ট্ৰৰ বাবে গুৰুত্বপূৰ্ণ সম্পদ।

Apply Now

তেওঁলোকে ৰাষ্ট্ৰখনক বিকাশ আৰু সমৃদ্ধিৰ নতুন শিখৰলৈ লৈ যাব পৰা ব্যক্তি। প্ৰগতিৰ পথত সমাজক আগবঢ়াই নিয়াৰ বাবে আমাৰ শিক্ষিত যুৱসকলে পথ প্ৰদৰ্শকৰ কাম কৰিব পাৰে।

আমাৰ সংবিধানে প্ৰদত্ত কৰা মৌলিক অধিকাৰৰ ব্যাখ্যা আগবঢ়াই ৰাজপালগৰাকীয়ে কয় যে প্ৰত্যেক অভিভাৱকৰে কৰ্তব্য হ’ল সন্তানক শিক্ষাৰ সুবিধা প্ৰদান কৰা।

তেওঁ মত বিনিময় অনুষ্ঠানত ভাগ লোৱা ছাত্ৰসকলক প্ৰাথমিক পৰ্যায়ত কনমানি শিশুহঁতৰ মাজত শিক্ষা প্ৰসাৰৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

উক্ত তিনি উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰসকলে ৰাজ্যপালক প্ৰতিশ্ৰতি দিয়ে যে তেওঁলোকে ৰাজ্যখনৰ শিশুসকলৰ প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে প্ৰচেষ্টা চলাব।

ছাত্ৰসকলৰ মাজত স্বচ্ছ ভাৰত  অভিযানক লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে উন্নয়নৰ পথত পৰিচ্ছন্নতা হৈছে প্ৰথম ঢাপ আৰু ছাত্ৰসকলে এইক্ষেত্ৰত আন্তৰিকতাৰে বৰঙণি যোগাব লাগিব।

ৰাজ্যখনৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰসকলে ৰাজ্যখনত উচ্চ শিক্ষাৰ কেনেদৰে উন্নয়ন কৰিব পাৰি সেই সম্পৰ্কে ৰাজ্যপালগৰাকীৰ আগত তেওঁলোকৰ চিন্তা-চৰ্চা ব্যক্ত কৰে।

তেওংলোকে প্ৰকাশ কৰে যে ৰাজ্যখনত চলি থকা ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ প্ৰদৰ্শনক লৈ তেওঁলোক সুখী নহয়।

 

প্ৰনব কুমাৰ দাস

প্ৰনব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd