• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিম পুলিচৰ দখলত মহেন্দ্ৰ কাৰ্কী ফুটবল প্ৰতিযোগিতাৰ বিজয়ী খিতাপ

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
May 1, 2018 8:57 am
SP-570x320
96
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ গেংটকস্থিত পালজৰ ষ্টেডিয়ামত চলা দ্বিতীয় সংখ্যক মহেন্দ্ৰ কাৰ্কী সোঁৱৰণী আমণ্ট্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ছিকিম পুলিচ।

সোমবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত ছিকিম পুলিচে  কালিমপং য়ুনাইটেড ব্ৰাদাৰ্ছক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ বিজয়ীৰ সন্মান লাভ কৰে।

অতি ৰোমাঞ্চকৰে ভৰপূৰ মেচখনত দুয়োটা দলে আক্ৰমণাত্মক খেল খেলে যদিও ছিকিম পুলিচৰ হৈ সঞ্জয় ভূটীয়াই মেচখনৰ ২৯ মিণিটত প্ৰথমটো গ’ল কৰি দলটোক অগ্ৰগতি দিয়ে। ইয়াৰ ঠিক ১ মিণিট পাছতে ছিকিম পুলিচৰ আন এজন খেলুৱৈয়ে দ্বিতীয়টো গ’ল কৰি অগ্ৰগতি ২-০ লৈ বৃদ্ধি কৰে।

ইফালে প্ৰথমাৰ্ধৰ খেল অন্ত পৰাৰ ঠিক পাঁচ মিনিটৰ পূৰ্বে চুক্ৰাজ চুব্বাই আন এক দৰ্শণীয় গ’ল কৰি ছিকিম পুলিচক প্ৰথমাৰ্ধতে ৩-০ গ’লৰ অগ্ৰগতি প্ৰদান কৰে।

মেচখনত প্ৰত্যাৱৰ্তন কৰাৰ বাবে কালিমপং য়ুনাইটেড ব্ৰাদাৰ্ছৰ খেলুৱৈ সকলে যথেষ্ট চেষ্টা চলোৱাৰ অন্তত চোনম লেপছাৰ জৰিয়তে প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে মেচৰ অন্তিম মিনিটত ছিকিম পুলিচে পুনৰ এটা গ’ল কৰি ব্যৱধান ৪-১ লৈ বৃদ্ধি কৰে। আৰু মেচখনত সহজে বিয়জী সাব্যস্ত হয়।

ইফালে মেচখনত উন্নত প্ৰদৰ্শন দাঙি ধৰা ছিকিম পুলিচৰ টেম্পো ভূটীয়াক মেচখনৰ শ্ৰেষ্ঠ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ট খেলুৱৈ হিচাপে বিবেচিত হয় কালিমপং য়ুনাইটেড ব্ৰাদাৰ্ছৰ দেৱাশীষ ৰায়।

ইয়াৰ উপৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ সন্মান পাই ছিকিম পুলিচৰ পুজন প্ৰধানে আৰু প্ৰতিযোগিতাৰ সৰ্বাধিক গ’ল দাতাৰ সন্মান পাই গণেশ লিম্বোৱে।

মেচৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ হিচেই লাছুংপা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব এচডি ধাকাল, প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ পৰিয়ালবৰ্গৰ লগতে বহুতো লোক উপস্থিত থাকে।

উল্লেখ্য যে গেংটকস্থিত ছিকিম বইজ ফুটবল ক্লাবৰ উদ্যোগত যোৱা ১৯ এপ্ৰিলৰ পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল।

গেংটক নিবাসী মহেন্দ্ৰ কাৰ্কী ২০১১ চনত গেংটকত সংঘটিত এটা পথ দুৰ্ঘটনাত নিহত হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩১ বছৰ। প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ সৈতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা ছিকিম বয়জ ফুটবল ক্লাবৰ সদস্যসকলে তেওঁৰ বন্ধুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd