• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিয়াটলৰ উডলেণ্ড পাৰ্ক জু’ৰ বিশেষ প্ৰদৰ্শনী অসমৰ নামত উৎসৰ্গিত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 8:04 pm
taj the rhino
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুক্তৰাষ্ট্ৰৰ ছিয়াটলস্থিত উডলেণ্ড পাৰ্ক জু’ৰ এটা বিশেষ প্ৰদৰ্শনীৰ নাম আছাম ৰাইনো ৰিজাৰ্ভ ৰখা হৈছে। ইয়াত তাজ নামৰ এটা এশিঙীয়া মতা গঁড়  প্ৰদৰ্শন কৰা হ’ব।

এই প্ৰদৰ্শনীখন মে’ মাহৰ ৫ তাৰিখে মুকলি কৰা হ’ব আৰু চিৰিয়াখানাখনৰ১১৮ বছৰীয়া ইতিহাসত ৯২ একৰৰ সংৰক্ষণ প্ৰতিষ্ঠানটোত প্ৰথমবাৰৰ বাবে গঁড় প্ৰদৰ্শন কৰা হ’ব।

Apply Now

তাজ অৰ্থাৎ মুকুট নামৰ এশিঙীয়া গঁড়টো ২০১৬ চনৰ ১০ নৱেম্বৰত ছান ডিয়েগো ছাফাৰি পাৰ্কত জন্ম লাভ কৰিছিল। এই গঁড়টো ১৯৭২ চনৰ পৰা ছাফাৰি পাৰ্কখনত জন্ম লাভ কৰা ৭০ সংখ্যক বৃহত্তৰ এশিঙীয়া গঁড়। ইয়ে পাৰ্কখনক  বিশ্বৰ ভিতৰতে এইটো জাতৰ গঁড়ৰ আগশাৰিৰ প্ৰজনন ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰিছে।

আছাম ৰাইনো পাৰ্কৰ গঠন সম্ভৱ হৈছে ব্যক্তি, পৰিয়াল, নিগম আৰু সংস্থাসমূহৰ লগতে ছিয়াটল পাৰ্ক জিলাৰ পৰা অহা বৰঙণিৰ দ্বাৰা। তাৰোপৰি, গঁড়ৰ প্ৰতিপালন, সংৰক্ষণ আৰু প্ৰৱেশৰ বাবে পৰিচালনামূলক ধনৰাশি নিয়মিতভাৱে গ্ৰহণ কৰি থকা হ’ব।

ভাৰতীয় গঁড় হিচাপে জনাজাত বৃহত্তৰ এশিঙীয়া গঁড় হৈছে আফ্ৰিকাৰ বগা গঁড়তকৈহে সৰু। ইয়াৰ একমাত্ৰ খড়্গটো ৮ ৰ পৰা ২৫ ইঞ্চিলৈকে দীঘল হয়। ইয়াৰ ছাই-মটীয়া বৰণৰ খাঁজ থকা ছালখনে ইয়াক বৰ্মধাৰী আকাৰ প্ৰদান কৰে।

আছাম ৰাইনো ৰিজাৰ্ভত এছিয়াৰ মটীয়া কাছ, ডেম্‌ৱাজেল ক্ৰেন (demoiselle crane) প্ৰদৰ্শন কৰা হ’ব। বন্যজীৱৰ বেআইনী সৰবৰাহ সমস্যাৰ বিখ্যাত প্ৰতীক হৈ পৰিছে গঁড়। এই প্ৰদৰ্শনীখনত চোৰাং চিকাৰৰ প্ৰভাৱ, বন্যজীৱৰ বেআইনী ব্যৱসায় আৰু কাছ বিলুপ্তিৰ সমস্যাৰ ওপৰত জোৰ দিয়া হ’ব।ড়

আন্তঃজাতিক গঁড় প্ৰতিষ্ঠানৰ মতে গঁড়ৰ সংখ্যা প্ৰায় ৩,৬০০লৈকে বৃদ্ধি পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd