• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিসকলৰ সমস্যা সমাধান কৰিব নোৱাৰাটো ত্ৰিপুৰাত চি পি আই এমৰ পৰাজয়ৰ মূল কাৰণ : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 3, 2018 9:07 pm
akhil gogoi kmss assam
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ত্ৰিপুৰাত জনজাতীয় লোকসকলৰ সমস্যা সমাধানত মাণিক চৰকাৰৰ চৰকাৰখন সম্পূৰ্ণৰূপে বিফল হৈছে। সেয়েহে ২৫ বছৰ কাল ৰাজত্ব কৰাৰ পিছতো ত্ৰিপুৰাত চি পি আই এমে পৰাজয় বৰণ কৰিলে’ উত্তৰ পূবৰ তিনিখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত নিজৰ ফে’চবুক একাউন্টৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

‘মাণিক চৰকাৰক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে এগৰাকী সৎ ৰাজনীতিক হিচাপে সন্মান জনাই আহিছিল’ বুলি উল্লেখ কৰি তেওঁ কয় যে ত্ৰিপুৰাত বামপন্থী শাসনৰ অন্ত পেলাই ফেচিবাদী শাসনৰ আৰম্ভ হৈছে। তেওঁ কয় যে ‘ত্ৰিপুৰাত বামপন্থী চৰকাৰৰ অৱসান ঘটিব বুলি আমি পূৰ্বেই অৱগত আছিলো।’

Apply Now

এই অৱসানৰ কাৰণ দুটা বুলি উল্লেখ কৰি তেওঁ কয় ‘ত্ৰিপুৰাখন এখন সৰু ৰাজ্য তথা অৰ্থনৈতিকভাৱে একেবাৰে স্বাৱলম্বী নহয়। সেয়েহে তেওঁলোক কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল। সেই ৰাজ্যৰে মধ্যবিত্ত শ্ৰেণীৰ লোকসকল বিজেপিৰ এই জাক-জমকীয়া প্ৰচাৰত ভোল যোৱাটো স্বাভাৱিক কথা।’

‘দ্বিতীয়তে ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ চি পি আই এমৰ প্ৰতি ধাৰণাটো একেবাৰে বেয়া হৈ গৈছিল। চি পি আই এম দলটো জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত গোটেই ভাৰততে বিফল হৈছে।’

তেওঁ কয় ‘মই যেতিয়া ত্ৰিপুৰা ভ্ৰমণ কৰিছিলো তেতিয়া দেখিছিলো ত্ৰিপুৰাৰ জনজাতীয় লোকসকল ব্যাপক শংকাত ভুগিছিল। বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত জনজাতীয় এলেকাৰ অন্তৰ্ভুক্ত মাটিও বেদখলত পৰিছিল। এই প্ৰশ্নক লৈ তেওঁলোক শংকিত তথা ভীতিগ্ৰস্ত হৈছিল।’

আৰু এই শংকাত বিজেপি তথা আৰ এছ এছৰ লোকসকলে তেওঁলোকক উচতনি দিয়া বুলি তেওঁ পোনপটীয়া সম্প্ৰচাৰত মন্তব্য কৰে।

বিজেপিয়ে সংসদত গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই হিন্দু বঙালীসকলে বিজেপি চৰকাৰক ভোট দিয়া বুলি মন্তব্য কৰি তেওঁ কয় ‘বাংলাদেশ, আফগানিস্থান আৰু পাকিস্তানৰ পৰা মুছলমান লোকসকলক বাদ দি বাকী ধৰ্মৰ লোকসকলক ভাৰতলৈ অনাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত বিজেপিয়ে এটা শক্তিশালী ভূমিকা লৈছে। সেয়েহে ত্ৰিপুৰাৰ হিন্দু বঙালী লোকসকলে বিজেপিৰ সমৰ্থনত ভোটদান কৰিছে।’

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বিজেপিৰ আগমন এক অশনী সংকেট বুলি সদৰী কৰি তেওঁ কয় ‘আমি নিশ্চয়কৈ মানি ল’ব লাগিব যে বামপন্থী শাসন ব্যৱস্থাই সমগ্ৰ ভাৰততে সুস্থ বাতাৱৰণ সৃষ্টি কৰিছিল। বিজেপি অথবা কংগ্ৰেছতকৈ তেওঁলোকে সুস্থ গণতান্ত্ৰিকভাৱে শাসন চলাই নিছিল।’

তদুপৰি তেওঁ ‘শাসনলৈ নহাৰ পূৰ্বে সকলো ৰাজ্যই বিজেপিক ভাল বুলি ভাবে, পিছতহে আচল সোৱাদটো পোৱা যায়’ বুলি মন্তব্য কৰে।

তেওঁৰ মতে ‘অসমৰ প্ৰেক্ষাপটতে সকলো স্পষ্টকৈ প্ৰতিফলিত হৈছে। বিজেপিক এতিয়া অসমৰ মানুহে টেঙা আম বুলি গণ্য কৰাটো দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰে অসমৰ বিশেষ মৰ্য্যাদা কৰ্তন কৰা লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক নীতি বন্ধ কৰি দিলে।’

আনহাতে তেওঁ বিজেপি চৰকাৰ অসমলৈ অহাৰ পিছৰে পৰা অসমত উন্নয়ন একেবাৰে স্থবিৰ হৈ যোৱা বুলি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd