• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী বাংলাদেশ

জনবসতিহীন দ্বীপলৈ ৰহিঙীয়া শৰণাৰ্থী স্থানান্তৰ কৰিব বাংলাদেশে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2018 5:04 pm
rohingyas
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই প্ৰকাশ কৰিছে যে দেশখনে প্ৰায় ১০০,০০০ ৰহিঙীয়া শৰণাৰ্থীক দেশখনৰ দক্ষিণ উপকুলৰ সিপাৰে অৱস্থিত এটা জন বসতিহীন দ্বীপলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে এই দ্বীপটো প্ৰৱল সাগৰীয় ধুমুহা, বৃষ্টিপাতৰ দ্বাৰা অক্ৰান্ত হয়। এই দ্বীপলৈ শৰণাৰ্থী স্থানান্তৰ কৰাৰ বিৰুদ্ধে সতৰ্কবাণী জাৰী কৰা স্বত্তেও বাংলাদেশ চৰকাৰে এই দ্বীপত বাসগৃহ নিৰ্মাণ কৰি আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ।

বাংলাদেশ কৰ্তৃপক্ষই ইতিমধ্যে  ‘ভাসন চৰ’ নামৰ দ্বীপটোত প্ৰায় ৫০,০০০ শৰণাৰ্থীক আশ্ৰয় প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

Apply Now

উল্লেখ্য যে, এই দ্বীপটো ২০০৬ চনত বংগোপসাগৰৰ বুকুত সৃষ্টি হৈছিল। প্ৰবল বৰষুণৰ বাবে এই দ্বীপটো  জন মাহৰ পৰা ছেপ্টম্বৰ পৰ্যন্ত ডুব গৈ থাকে আৰু বছৰৰ কেইটামান মাহহে এই দ্বীপটো বাসপোযোগী হৈ থাকে। এই দ্বীপত কোনো বাট-পথ নাই আৰু বানপানী ৰোধ কৰাৰ বাবে কোনো মথাউৰিও সদ্যহতে নাই। বাংলাদেশৰ চৰকাৰে প্ৰথম বাৰৰ বাবে ২০১৫ চনত ইয়ালৈকে শৰণাৰ্থী স্থানান্তৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত এই দ্বীপলৈ শৰণাৰ্থীসকলক স্থানান্তৰ কৰাৰ বিৰুদ্ধে বহুতো মানৱাধিকাৰ সংগঠনে মাত মাতি আহিছে কৈছে ইয়াত বাস কৰা লোকসকল বিপৰ্যয়ৰ মুখামুখি হ’ব লাগিব। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ এজেঞ্চিয়ে এই দ্বীপটোত সামগ্ৰীৰ যোগান ধৰাটো প্ৰত্যহ্বানমূলক বুলি কৈছে।

বাংলাদেশৰ নৌ বাহিনীয়েও দ’ স্থানসমূহ পোতাৰ লগতে এই দ্বীপটোৰ চাৰিওফালে মথাউৰি বান্ধি বাৰিষাৰ পানী আৰু জোৱাৰৰ পানীৰ পৰা দ্বীপটো ৰক্ষা  কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

বাংলাদেশৰ দুৰ্যোগ ব্যৱস্থপনা বিভাগৰ সচিব ছাহ কমলে প্ৰকাশ কৰিছে যে নদী কাষৰীয়া আৰু  তুলনামূলকভাৱে  দ’ স্থানত অৱস্থিত বাংলাদেশ সাগৰৰ বৰ্ধিত জলপৃষ্ঠৰ শংকাত থকা এখন দেশ। বাংলাদেশক গ্ৰীষ্মকালত অহা সাগৰীয় ধুমুহাই প্ৰতি বছৰেই আক্ৰান্ত কৰি আহিছে। তেওঁ আৰু কয় যে জুন মাহত অৱশিষ্ট বাসগৃহসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা  হ’ব।

উল্লেখ্য যে ম্যানমাৰৰ পৰা পলাই আহি দুয়ো দেশৰ সীমাত থকা অস্বাস্থ্যকৰ শিবিৰসমূহত আশ্ৰয় লৈ থকা লাখ লাখ শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে এই দ্বীপটো উপযুক্ত কৰাৰ বাবে বাংলাদেশ চৰকাৰে যোৱা বছৰৰ নব্ম্বৰ মাহত ২৮০ মিলিয়ন আমেৰিকান ডলাৰ মুকলি কৰি দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd