• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্লিপ্ততাত হাফলঙত খোৱাপানীৰ হাহাকাৰ

পঙ্কজকুমাৰ দেব by পঙ্কজকুমাৰ দেব
April 24, 2018 3:22 pm
20180422_131208
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহত্তৰ হাফলঙত খোৱাপানীৰ সমস্যাই জুৰুলা কৰিছে জনসাধাৰণক। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ শাসনৰ গাদীত সময়ে সময়ে যি দলে আহিছে খোৱাপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। আনহাতে হাফলঙৰ জনসংখ্যা দিনে দিনে বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে সম্প্ৰতি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চিইএম দেবোলাল গাৰ্লোছাৰ হাতত বিভাগটোৰ দায়িত্ব আছে যদিও কিন্তু গোটেই বিভাগটোৰ কাম- কাজ চোৱাচিতাৰ অলিখিত দায়িত্বত আছে পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচা। কিন্তু লাঙঠাচা যোৱা দুই বছৰ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত আছে যদিও বাস্তৱত তেনে একো কাম কৰা নাই। বিভাগৰ ভিতৰচ’ৰাৰ পৰা পোৱা অভিযোগ অনুসৰি ৰাণু লাঙঠাচাই পানী যোগান বিভাগটোৰ পাইপ যোগানতহে অধিক গুৰুত্ব দিছে।

Apply Now

অথচ পাইপ লাইন সংস্কাৰৰ কাৰণে নাই প্ৰয়োজনীয় সামগ্ৰী। অভিযোগ মতে ৰাণু লাংথাচাই দায়িত্ব লোৱাৰ পাছত পাইপ লাইন সংস্কাৰৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী যোগান নাইকীয়া হ’ল। নাই পৰ্যাপ্ত খালাচি। নাই প্লাম্বাৰ।

সোমবাৰে নৰ্থ ইষ্ট নাওৰ ফালৰ পৰা হাফলং কনভেন্ট ৰোডত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ Treatment Plantত উপস্থিত হোৱাত খোৱা পানী যোগানৰ বিধ্বস্ত দৃশ্য পৰিলক্ষিত হয়। ত্ৰিশ লাখ টকা ব্যয়েৰে ফিল্টাৰ হাউছ বনোৱা হৈছে যদিও কিন্তু ফিল্টাৰে কাম নকৰে। ফলত ফিল্টাৰহীনভাৱেই পানী যোগান ধৰা হৈছে। ইয়াৰ বাহিৰে মুক্ত আকাশৰ তলত আছে পানীৰ বিশাল আকৃতিৰ ৰিজাৰ্ভৰ। আনকি অস্বাস্থ্যকৰ পৰিৱেশতেই বিভাগে যোগান ধৰা পানী হাফসঙৰ ৰাইজে সদায় খাব লগা হৈছে।

কিন্তু বিভাগীয় কাৰ্যনিৰ্বাহী অভিযন্তাৰ পিনাকী শংকৰ কৰে কয় যে হাফলং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আন্তঃগাঁথনি বহু পুৰণি। প্ৰায় সাত দশক আগৰ। লগতে হাফলঙৰ জনসংখ্যাও কেইবা গুন বৃদ্ধি হৈছে। কিন্তু পানী যোগান আঁচনিৰ আন্তঃগাঁথনিৰ  উন্নয়ন হোৱা নাই। তেওঁ কয় যে অলপতে হাফলঙৰ বিধায়কৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিত চৰকাৰৰ চিগনেচাৰ আঁচনিৰ অধীনত খোৱাপানীৰ কাৰণে এক আঁচনিত অনুমোদন দিছে ৰাজ্য চৰকাৰে।

তথাপি বিভাগীয় কৰ্তপক্ষৰ মইমতালিৰ কাৰণে এতিয়া হাফলঙত ৰাইজে ত্ৰিশ- চল্লিশ দিনৰ মূৰে মূৰে পানী লাভ কৰিলেও এয়া পৰ্যাপ্ত নহয়। ৰাইজৰ অভিযোগ যে বাৰিষাৰ দিনত বোকা পানী যোগান ধৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে।

পঙ্কজকুমাৰ দেব

পঙ্কজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd