• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই বিপদমুক্ত বুলি কোৱা হাতীমুৰা মথাউৰি নিৰ্মাণৰ কাম বৰ্তমানো অসম্পূৰ্ণ অৱস্থাত

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
July 8, 2018 10:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে বিভাগীয় কাম বোৰৰ উন্নয়ন সাধন হৈছে বুলি কথাৰ ফুলজাৰী কোবাই থকাৰ মাজতে পোহৰলৈ আহিছে জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিৰ হাতীমুৰা মথাউৰিৰ নিৰ্মাণৰ ফোঁপোলা স্বৰূপ ।

 জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত ই বিপদমুক্ত বুলি ঘোষণা কৰিলেও কলিয়াবৰৰ হাতীমুৰা মথাউৰিক লৈ শংকামুক্ত হ’ব পৰা নাই কলিয়াবৰৰ একাংশ ৰাইজ।

Apply Now

 কিয়নো বৰ্তমানেও থাকি গ’ল মথাউৰি মেৰামতিৰ কিছু কাম। তাৰ সমান্তৰালকৈ সঘনাই বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিসাধন হৈছে হাতীমুৰা মথাউৰি।

 উল্লেখযোগ্য যে বিগত বৰ্ষৰ আগষ্ট মাহত ব্ৰহ্মপুত্ৰৰ বানে ছিঙা হাতীমুৰা মথাউৰিৰ ভগা অংশকে ধৰি তিনি কিলোমিটাৰৰ অধিক দৈৰ্ঘ্যৰ মথাউৰি পুনৰ নিৰ্মাণ কাম সম্পূৰ্ণ হ’ল যদিও বাকী ৰৈ গ’ল কিছু জিঅ’টিউব সংস্থাপনৰ কাম।

 হাতীমুৰা মথাউৰি মেৰামতিৰ কাম লাভ কৰা দুটাকৈ প্ৰতিষ্ঠানৰ এম পি আগৰৱালা ঠিকাদাৰ গোষ্ঠীয়ে আবণ্টিত ৯২ টা জিঅ’টিউবৰ কাম সম্পূৰ্ণ কৰাৰ বিপৰীতে ফ্লেক্সি-টাফ নামৰ ঠিকাদাৰ গোষ্ঠীয়ে আজিও সম্পূৰ্ণ নকৰিলে ৫৪ টা জিঅ’ টিউব সংস্থাপনৰ কাম।

 আনহাতে এই সন্দৰ্ভত কলিয়াবৰৰ মহকুমাধিপতিয়ে যোৱা ১ জুলাইত ঠিকাদাৰ গোষ্ঠী ফ্লেক্সি-টাফক এক জাননী জাৰি কৰিছিল। কিন্তু মন কৰিব লগীয়া যে জাননী লাভ কৰি ১০ দিনৰ সময় বিছাৰি ফ্লেক্সি-টাফে আজি পৰ্যন্ত আৰাম্ভ কৰা নাই ৫৪ টা জিঅ’ টিউব সংস্থাপনৰ কাম।

 ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে হাতীমুৰা মথাউৰিৰ পৰা ১০০ মিটাৰ মান দুৰত্বত পানী নিগৰা দেখি চিন্তিত হৈ পৰিছে একাংশ লোক।

 আনহাতে আনটো ঠিকাদাৰ গোষ্ঠীয়ে ইতিমধ্যে সংস্থাপিত কৰা জিঅ’টিউবৰ ক্ষতি সাধন কৰিছে কাজিৰঙাৰ পৰা উলাই অহা বন্যহস্তীৰ জাকে। হাতীমুৰা মথাউৰিৰ এটা অংশক এনিমেল কৰিদ’ৰ হিচাপে ব্যৱহাৰ কৰি বন্যহস্তীৰ জাকে ক্ষতিসাধন কৰিছে মথাউৰিটোৰ এটা অংশ। ১০ টাৰো অধিক জিঅ’ টিউবৰ ক্ষতিসাধন কৰিছে বন্যহস্তীৰ জাকে। যাৰ বাবে নিশাৰ ভাগত স্থানীয় বনকৰ্মীয়ে পহৰাৰ ব্যৱস্থা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। স্থানীয় বনকৰ্মীৰ লগতে বন্যপ্ৰাণী বিভাগৰ বনকৰ্মীয়েও পহৰাৰ ব্যৱস্থাৰ দাবী কৰিছে স্থানীয় ৰাইজৰ।

 উল্লেখযোগ্য যে বিগত বৰ্ষত মথাউৰি ভগাৰ ফলত সৃষ্টি হোৱা বানত ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপুৰণৰ নামত আজিপৰ্যন্ত এটকাও লাভ নকৰিলে। এবছৰ পাৰ হোৱাৰ পিছতো ক্ষতিপুৰণ প্ৰদানৰ বাবে বান ক্ষতিগ্ৰস্তৰ নথি-পত্ৰ সংগ্ৰহ কৰিয়েই স্তব্ধ হ’ল চৰকাৰ প্ৰশাসন।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd