• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিএনএলএৰ সেনাধ্যক্ষ ছোহান ডি সিৰাক পূব গাৰো পাহাৰত গুলীয়াই হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 2:56 pm
s-1-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধ ঘোষিত গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ (জিএনএলএ) সেনাধ্যক্ষ ছোহান ডি সিৰাক শনিবাৰে পূব গাৰো পাহাৰ জিলাত মেঘালয় আৰক্ষী কমাণ্ডোৱে গুলীয়াই নিহত কৰে।

যদিওবা এই সংৰ্ঘষৰ বিষয়ে মেঘালয় আৰক্ষীয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই, চৰকাৰী সূত্ৰই এই বাতৰি নিশ্চিত কৰিছে। কোৱা হৈছে যে জিএনএলএৰ স্বয়ম্ভু সেনাধ্যক্ষগৰাকীক গুলীয়াই নিহত কৰা হৈছে আৰু তেওঁলোকে অঞ্চলটোত লুকাই থকা বুলি সন্দেহ কৰা  বিদ্ৰোহী সংগঠনটোৰ আন এগৰাকী শীৰ্ষ নেতাৰ সন্ধানত আছে।

Apply Now

সূত্ৰসমূহে কয় যে এছএফ ১০ ৰ কমাণ্ডোসকলে অভিযান চলাই শনিবাৰে পুৱা পূব গাৰোপাহাৰ জিলাৰ ছামান্দাৰ ওচৰৰ ছেদুগ্ৰেত লুকাই থকা ঘৰত তালাচী চলায়। কমাণ্ডোৰ দলটোৱে ঘৰটোৰ কাষ পোৱাৰ সময়তে জিএনএলএৰ কেডাৰসকলে অভিযানকাৰী দলটোলৈ গুলী চলায় আৰু কমাণ্ডো বাহিনীয়েও প্ৰত্যুত্তৰত গুলীবৰ্ষণ কৰে।

ছোহান এগৰাকী ‘’ম’ষ্ট ৱান্টেড’’ উগ্ৰপন্থী নেতা আৰু পশ্চিম মেঘালয়ৰ  সন্ত্ৰাস অধ্যুষিত গাৰো পাহাৰ জিলাৰ দুই ডজনতকৈয়ো অধিক হত্যা তথা সংঘৰ্ষৰ সৈতে জড়িত আছিল। জিএনএলএই গাৰোসকলৰ বাবে সুকীয়া ৰাজ্যৰ দাবীত সংগ্ৰাম চলাই আছিল।

ছোহান ডি সিৰাকে ২০০৭ চনত যদিও এএনভিচিৰ এৰিয়া কমাণ্ডাৰ হিচাপে আত্মসমৰ্পন কৰিছিল, চৰকাৰৰ ফালৰ পৰা পুনৰ্সংস্থাপন প্ৰক্ৰিয়া ৰূপায়নত চৰকাৰে বিলম্ব কৰাৰ বাবে পুনৰ তেওঁ মেঘালয় আৰক্ষীৰ এগৰাকী ডিএছপি চেম্পিয়ন ছাংমাৰ সৈতে আত্মগোপন কৰি জিএনএলএ গঠন কৰে।

২০০৭ চনৰ ২৫ আগষ্টত ছোহানে তেতিয়াৰ মুখ্যমন্ত্ৰী ডি ডিলাপাঙৰ আগত উপ মুখ্যমন্ত্ৰী মুকুল ছাংমা আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ উপস্থিতিত লাপাঙৰ চৰকাৰী বাসভৱনত আত্মসমৰ্পন কৰিছিল। আত্মসমৰ্পনৰ পিছত তেওঁ  পূব গাৰো পাহাৰত এটা কাঠ ফলা মিলো আৰম্ভ কৰিছিল।

চেম্পিয়ন ছাংমা শ্বিলং কাৰাগাৰত বন্দী হৈ থকাৰ পিছত ছোহানৰ মৃত্যুৱে বাস্তৱিকতে পশ্চিম মেঘালয়ত জিএনএলএৰ সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাব।

এতিয়ালৈকে বিদ্ৰোহী সংগঠনটোৱে দক্ষিণ গাৰো পাহাৰৰ ভিতৰুৱা অঞ্চলৰ আৰু পূব গাৰো পাহাৰ জিলাৰ নিৰ্দিষ্ট স্থানৰ পৰা প্ৰায় দুই ডজনমান সশস্ত্ৰ কেডাৰেৰে অভিযান চলাই আহিছে। বিদ্ৰোহী সংগঠনটোৰ বাংলাদেশৰ নেত্ৰকোনা আৰু মৈমনসিং জিলাতো কেইটামান শিৱিৰ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd