• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জোৱাইত উপস্থিত ৰাহুল গান্ধী : শ্বিলঙত সংগীতানুষ্ঠানৰ যোগেদি চলাব নিৰ্বাচনী প্ৰচাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2018 5:51 pm
Rahul Gandhi

জোৱাইত ৰাহুল গান্ধী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি জোৱাইত দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় মেঘালয়ত তেওঁৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।

জোৱাইৰপৰা ঘূৰি আহি গধূলি শ্বিলঙত ৰাহুলে ‘Celebrate Peace and Way of Life’ শীৰ্ষক এক সংগীত অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Apply Now

‘এই অনুষ্ঠানটোৰ যোগেদি আমি শান্তি, মুক্তি আৰু ধৰ্মনিৰপেক্ষতাৰ বাৰ্তা দিব খুজিছো।’ এন ই নাওক এইদৰে জনাই মেঘালয় নিৰ্বাচনত কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সমন্বয়ৰক্ষী য়াচ’মিতা ঠাকুৰে।

শ্বিলঙৰ তিপ্ৰিতি খাৰবাংগাৰ আৰু ৰুদি ৱালাঙৰ বিশ্বখ্যাত ব্ল্যুজ-ৰক বেণ্ড Soulmate-এ এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব।

সংগীত চৰ্চাৰ ঐশ্বৰ্য্যশালী পৰম্পৰা বিদ্যমান শ্বিলঙৰ অন্যান্য নাম কৰা বেণ্ড Colors, Blue Temptation, Khmih (Children Choir), Benedict Hynñiewta, Lamphang Syiemlieh, Dewdrops, Da- Thymmei, Emperical tribe, Note’s of A’rongga আদিৰ লগতে বিভিন্ন সাংস্কৃতিক দল আৰু DJ Eltonএও এই সংগীত অনুষ্ঠানত ভাগ ল’ব।

প’ল’ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানটোত ৰাহুল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

মেঘালয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৱিনচেন্ত পালাই জনোৱা মতে শ্বিলঙত আবেলি ৪.৪৫ ৰপৰা ৫.৩০ বজালৈ গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ এক কাৰ্য্যনিৰ্বাহক বৈঠকতো ভাগ ল’ব।

আয়োজকসকলে জনাইছে যে মেঘালয়ৰ সংগীত, সংস্কৃতি আৰু ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন শৈলী উদযাপনৰ আয়োজন এই ‘Celebrate Peace and Way of Life’।

গান্ধীয়ে গীৰ্জাৰ নেতৃত্বৰ লগতে বিভিন্ন ধৰ্মীয় মুৰব্বী আৰু পৰম্পৰাগত অনুষ্ঠানসমূহৰ মুৰব্বীসকলৰ লগতো এখন বৈঠকত মিলিত হ’ব।

উল্লেখযোগ্য যে গান্ধীৰ ৩০ জানুৱাৰিৰ তুৰা ভ্ৰমণ বাতিল হৈছিল। গান্ধীক দিয়া ২০ বছৰতকৈও অধিক পুৰণি হেলিকপ্তাৰ তেওঁৰ নিৰাপত্তা দলে নাকচ কৰিছিল।

প্ৰদেশ কংগ্ৰেছৰ নেতা পালাই জনোৱা মতে গান্ধীৰ পৰৱৰ্তী তুৰা ভ্ৰমণসূচী সোনকালেই ঘোষণা কৰা হ’ব।

২৭ ফেব্ৰুৱাৰিত হ’ব লগা মেঘালয় নিৰ্বাচনৰ বাবে কংগ্ৰেছে ইতিমধ্যে আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।

২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ ৭৫% লোক খ্ৰীস্তান হোৱাৰ বিপৰীতে হিন্দু, মুছলিম আৰু অন্যান্য ধৰ্মৰ লোক ক্ৰমে ১১, ৪.৫ আৰু ৮ শতাংশ।

এইবাৰৰ নিৰ্বাচনত মেঘালয়ৰ ১৮.৩ লাখ ভোটাৰৰ ভিতৰত ৪২,৮৪৩ গৰাকী নতুন ভোটাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd