• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীম আন্নাৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 3:14 pm
আন্না হাজাৰেৰ সৈতে মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

আন্না হাজাৰেৰ সৈতে মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মহাৰাষ্ট্ৰ সদনত অলপতে অনুষ্ঠিত হোৱা টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত অসমৰ টীম আন্নাৰ সদস্য সমাজকৰ্মী দিব্যজ্যোতি শইকীয়া উপস্থিত থাকে। এই বৈঠকতে প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেৰ দোশজোৰা আন্দোলনৰ বাবে মানৱ অধিকাৰ কৰ্মী দিব্যজোতি শইকীয়াক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব অৰ্পণ কৰা হয়।

টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত দেশৰ ১৮ খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত বিশিষ্ট গান্ধীবাদী নেতা আন্না হাজাৰেই এইবাৰৰ আন্দোলনত ৰাজনৈতিক মুনাফা লাভৰ বাবে সুযোগৰ অপেক্ষাত থকা লোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে।

Apply Now

ৰাজনীতি নকৰো বুলি শপতনামাত স্বাক্ষৰ নকৰা ব্যক্তিক আন্দোলনত গুৰুত্ব দিয়া নহয় বুলি কৈ আন্নাই ইতিমধ্যে এনে আন্দোলনৰ পৰা সুবিধা গ্ৰহণ কৰি ৰাজনীতিত যোগদান কৰা নেতাসকলৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ব্যক্ত কৰে।

অহা ২৩ মাৰ্চৰ পৰা নতুন দিল্লীত আৰম্ভ কৰিবলগীয়া এইবাৰৰ আন্দোলনৰ মূল বিষয় হৈছে জন লোকপাল বলবৎ কৰা, কৃষকৰ সমস্যা সমাধান কৰা আৰু নিকা তথা স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰা।

মানৱ অধিকাৰ তথা সামাজিক কৰ্মী দিব্যজোতি শইকীয়াক ২০১৫ চনৰ ১৫ ডিচেম্বৰত টীম আন্নাৰ কৰ্ণধাৰ সমিতিত অসমৰ পৰা সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া আন্নাৰ নতুন আন্দোলনৰ পৰিপ্ৰেক্ষিতত শইকীয়াক অতিৰিক্তভাৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব অৰ্পন কৰা হৈছে।

অলপতে অসম তথা অৰুণাচল ভ্ৰমণ কৰি যোৱা প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেই তেওঁৰ নতুন আন্দোলনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ পৰা ব্যাপক সমৰ্থন লাভৰ আশা ব্যক্ত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd