• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘আৰোহন’ৰ স্মৃতিচাৰণ সভা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 20, 2018 10:43 pm
ডঃ ভবেন্দ্ৰ নাথ শইকীয়া স্মৃতিচাৰণ সভা

ডঃ ভবেন্দ্ৰ নাথ শইকীয়া স্মৃতিচাৰণ সভা

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰখ্যাত সাহিত্যিক, চিনে’মা নিৰ্মাতা, নাট্যকাৰ, পৰিচালক, অধ্যাপক  ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৮৭ সংখ্যক জন্ম দিৱস উপলক্ষে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘আৰোহন (ডঃ ভবেন্দ্ৰ নাথ শইকীয়া শিশু ন্যাস)’ৰ উদ্যোগত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

স্মৃতিচাৰণ অনুষ্ঠানটোত ‘আৰোহন’ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে সংগীত, নৃত্য, বাদ্য বাদন পৰিৱেশন কৰে।

Apply Now

জীয়াই থকা অৱস্থাতে ভবেন্দ্ৰ নাথ শইকীয়াই তেওঁৰ ব্যক্তিগত উদ্যোগত সাঁচতীয়া ধন খৰচ কৰি শিশুসকলৰ বিশেষকৈ দুখীয়া কণমানিহঁতক সহায় আগবঢ়াবলৈ গুৱাহাটীৰ দিচপুৰৰ ওচৰৰ হাওজিঙত ‘আৰোহন’ নামৰ এক অনুষ্ঠান আৰম্ভ কৰিছিল।

স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভবেন্দ্ৰ নাথ শইকীয়া শিশু ন্যাসৰ মুখ্য উপদেষ্টা ড০ কুলেন্দু পাঠকে কয় : শইকীয়া ছাৰক লগ পোৱাৰ ভিতৰত ময়েই আটাইতকৈ প্ৰাচীন। তেওঁৰ সহধৰ্মিনী প্ৰীতি শইকীয়া বাইদেউতকৈ আগতে মই ছাৰক লগ পাইছিলো। মই ছাৰৰ এজন প্ৰিয় ছাত্ৰ আছিলো।

তদুপৰি তেওঁ সভাত উপস্থিত থকা কণ কণ শিশু সকলক ভবেন্দ্ৰ নাথ শইকীয়াতকৈ ভাগ্যবান বুলি সদৰী কৰি কয় : “তেওঁ যেনেকুৱা এটা অৱস্থাৰ পৰা আহিছে সেয়া হয়তো সভাত উপস্থিত থকা কোনেও কল্পনা কৰিব নোৱাৰিব। তেওঁ বহু বেয়াকৈ আৰ্থিক সংকটত ভূগিও তেখেতৰ সৃষ্টিৰাজি অবিৰামভাবে চলাই নিছিল। লগতে তেওঁ নিজে প্ৰতিষ্ঠিত ব্যক্তি হৈয়ো আনক প্ৰতিষ্ঠিত কৰাত সহায় কৰিছিল।”

লক্ষণীয় যে পাঠকে দুখ প্ৰকাশ কৰি কয় “ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। তেওঁ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক নোহোৱা হ’লে অসমীয়া চলচ্চিত্ৰ তথা নাট্যজগতৰ আৰু অধিক মনোনিবেশ কৰিব পাৰিলেহেতেন। তেওঁৰ লিখনিবোৰৰ পৰা এই কথা গম পোৱা যায়।”

সভাখনত উপস্থিত থকা বিশিষ্ট অভিনেতা ড০ হেমেন বৰ্মনে অভিনয় ক্ষেত্ৰৰ সৈতে জড়িত কিছু ৰসাল মুহূৰ্তৰ কথা সুঁৱৰে। তদুপৰি তেওঁ শইকীয়াক সময়ৰ প্ৰতি সদায় সজাগ থকা ব্যক্তি আছিল বুলি সদৰী কৰে।

সেই সভাতে “আৰোহণ” ৰ উদ্যোগত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী সকলক বটা বিতৰণ কৰা হয়।

সেই স্মৃতিচাৰণ সভাত শইকীয়া দেৱৰ সহধৰ্মিনী প্ৰীতি শইকীয়া আৰু বিশিষ্টা অভিনেত্ৰী তথা ন্যাসৰ সম্পাদক মলয়া গোস্বামী, ন্যাসক আৰ্থিক দিশত সহায়-সহযোগিতা আগবঢ়োৱা নুৰুদ্দিন আহমেদ উপস্থিত থাকে।

সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মলয়া গোস্বামীয়ে কয় “এই শিশু ন্যাসত দীৰ্ঘদিন ধৰি নৃত্য, সংগীত, অভিনয়, চিত্ৰাংকন ইত্যাদি বিষয়ত প্ৰশিক্ষণ দি থকা হৈছে। ইয়াৰোপৰি আৰোহনৰ জৰিয়তে শিশু সকলৰ বৌদ্ধিক তথা শাৰিৰীক বিকাশৰ ক্ষেত্ৰত যি পৰ্যায়লৈকে পাৰি চেষ্টা কৰি যাম।”

তদুপৰি মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকায়াই কয় “মোৰ স্বামীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ২০০৫ চনৰ পৰাই আৰোহনৰ উদ্যোগত স্মৃতিচাৰণ সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি আহিছো।

তদুপৰি প্ৰীতি শইকীয়াই  ২০১৯ চনৰ পৰা বিশিষ্ট সাহিত্যিক, নাট্যকাৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত নৱপ্ৰজন্মৰ আগৰণুৱা শিল্পীসকলক এটি বঁটা প্ৰদান কৰা হ’ব বুলি সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd