• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিগবৈত মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজনৰ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
May 21, 2018 5:42 pm
পথ দুৰ্ঘটনা

প্ৰতিনিধিত্বমূসক ছবি

81
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে পাৱৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দিনৰ ভাগত দুই বিপৰীত দিশৰ পৰা আহি থকা মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত বাইক আৰোহী গৰাকীক ডিগবৈৰ ত্ৰিবেনিটা বৰগোঁহাই বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে দুৰ্ঘটনাটোত আহত হোৱা আনগৰাকী বাইক আৰোহীক বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

আহত লোকগৰাকীক চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Recent News

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

ন্যায়-অন্যায়! হীৰাত ১.৫% কিন্তু স্বাস্থ্য বীমাৰ ওপৰত ১৮%, জি এছ টিৰ হাৰক লৈ ক্ষোভ নেটিজেনৰ

ন্যায়-অন্যায়! হীৰাত ১.৫% কিন্তু স্বাস্থ্য বীমাৰ ওপৰত ১৮%, জি এছ টিৰ হাৰক লৈ ক্ষোভ নেটিজেনৰ

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

১৪ হাজাৰ পুৰুষক ‘লড়কী-বহিন’ আঁচনিৰ ধন; লগতে অযোগ্য আৰু ২৬ লাখ! মহাৰাষ্ট্ৰত বিয়াগোম দুৰ্নীতি

১৪ হাজাৰ পুৰুষক ‘লড়কী-বহিন’ আঁচনিৰ ধন; লগতে অযোগ্য আৰু ২৬ লাখ! মহাৰাষ্ট্ৰত বিয়াগোম দুৰ্নীতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd