• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজাইনিঙত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ মন বাণিজ্য শাখাৰ চতুৰ্থ স্থানপ্ৰাপ্ত ৰাধিকা আগৰৱালাৰ

মিণ্টু দাস by মিণ্টু দাস
May 31, 2018 8:43 pm
HS Commerce 4th Radhika Agarwal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ গীতাঞ্জলী কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত ৯২.২ শতাংশৰে চতুৰ্থ স্থান দখল কৰি নগাঁও চহৰৰ হয়বৰগাঁ‌ৱৰ ৰাধিকা আগৰৱালাই সমগ্ৰ নগাঁও জিলাৰ লগতে শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

হয়বৰগাঁৱৰ ব্যৱসায়ী কিশোৰ আগৰৱালা আৰু তনুজা আগৰৱালাৰ কন্যা ৰাধিকা আগৰৱালাই ভালদৰে অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰিব পাৰি বুলি কয়। তেওঁৰ এই ফলাফলৰ আৰত পিতৃ-মাতৃ শিক্ষক-শিক্ষয়ত্ৰী আৰু বন্ধু-বান্ধব তথা পৰিয়ালৰ যথেষ্ট অৰিহণা আছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Apply Now

ৰাধিকাই ইংৰাজীত ৯১, ঐচিক ইংৰাজীত ৮৫, হিচাব পৰীক্ষাত ৯৬, ব্যৱসায়িক অধ্যয়নত ৯৬, বাণিজ্যিক অংকত ৯৩, বেংকিঙত ৮৯ সহ ৪৬২ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

ফেচবুক কৰি ভাল পোৱা ৰাধিকা আগৰৱালাই সকলো ছাত্ৰ-ছাত্ৰীকে ভালদৰে ফেচবুক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। আজৰি সময়ত উপন্যাস পঢ়া, টিভি চোৱা আৰু বাতৰি কাকত পঢ়ি ভাল পোৱা ৰাধিকাই সম্প্ৰতি অসমৰ বাহিৰত অধ্যয়ন কৰি ভৱিষ্যতে ডিজাইনিঙত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ মন পুহি ৰাখিছে। এই ডিগ্ৰী আহৰণ কৰাৰ পিছত নিজৰ জিলাত এই ক্ষেত্ৰখনৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিব বুলি জানিবলৈ দিয়ে।

HS Commerce 8th Chinki Sethia
বাণিজ্য শাখাত অষ্টমস্থান দখল কৰা চিংকী চেঠীয়া

আনহাতে একেখন বিদ্যালয়ৰে পৰা নগাঁও চহৰৰ টেলিয়াপট্টিৰ প্ৰমোদ চেঠীয়া আৰু কবিতা চেঠীয়াৰ কন্যা চিংকী চেঠিয়াই ৯১.৬ শতাংশৰে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়।

চিংকীয়ে ইংৰাজীত ৯১, ঐচিক ইংৰাজীত ৯৩ , বাণিজ্যত ৮৯ , ব্যৱসায় অধ্যয়নত ৯৪, বাণিজ্য পৰিসংখ্যাত ৯১, বেংকিঙত ৮৫ সহ ৪৫৮ নম্বৰ লাভ কৰিছে।

ভৱিষ্যতে গুৱাহাটীৰ কোনো শিক্ষানুষ্ঠানত অধ্যয়ন কৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ আশা পুহি ৰখা চিংকীয়ে সকলো শিক্ষাৰ্থীকে কঠোৰ অধ্যয়ন কৰিবলৈ আহ্বান জনায়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd