• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ফিজিঅ’থেৰাপি কেন্দ্ৰৰ অনুজ্ঞাপত্ৰৰে চলাব পাৰি চিকিৎসালয়!

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
July 26, 2018 9:12 pm
dibrugarh nursing-home-570x320
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত সমগ্ৰ উত্তৰ-পূবৰ চিকিৎসাৰ ৰাজধানীৰূপে জনাজাত ডিব্ৰুগড় চহৰত অসমৰ স্বাস্থ্য বিভাগৰ বদান্যতাত এতিয়া ফিজিঅ’থেৰাপি কেন্দ্ৰৰ অনুজ্ঞাপত্ৰৰেও চলাব পাৰি ব্যক্তিগত চিকিৎসালয়!

ডিব্ৰুগড়ৰ আজিৰ পৰা প্ৰায় দুই দশক পূৰ্বেই স্থাপিত অৰ্চনা ট্ৰমা আৰু অৰ্থ’পেদিকছ হস্পিটেল স্বাস্থ্য বিভাগৰ পৰা কোনো অসুবিধা নোপোৱাকৈ ফিজিঅ’থেৰাপি চেন্তাৰৰ অনুজ্ঞাপত্ৰৰে চলি আছিল।

Apply Now

পিছে কেচু খান্দোতে সাপ ওলোৱাদি আজি ২৬ জুলাইত জিলা প্ৰশাসনে পাৰ্কিঙৰ পৰিদৰ্শন কৰোঁতে পোহৰলৈ আহে ডিব্ৰুগড়ৰ প্ৰখ্যাত অস্থিশল্য বিশেষজ্ঞ ডাঃ শান্তনু লহকৰৰ জনাজাত নাৰ্ছিং হ’মখনৰ এই কাহিনী।

‘অৰ্চনা ট্ৰমা এণ্ড অৰ্থ’পেদিক হস্পিটেলখন ফিজিঅ’থেৰাপি চেন্টাৰৰ অনুজ্ঞাপত্ৰৰে চলি আছে,’ নৰ্থ ইষ্ট নাও-ক জনালে ডিব্ৰুগড়ৰ উপায়ুক্ত লায়া মাদুৰিয়ে।

ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা এই ৩০খন বিচনাযুক্ত নাৰ্ছিং হ’মখনক ১০ দিনৰ ভিতৰত অনুজ্ঞাপত্ৰ নুলিয়ালে বন্ধ কৰি দিয়া হ’ব বুলিও ঘোষণা কৰিছে উপায়ুক্তগৰাকীয়ে।

‘তেওঁলোকক ১০ দিনৰ ভিতৰত যাৱতীয় অনুমতিৰ ব্যৱস্থা কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। অন্যথা তেওঁলোকক বন্ধ কৰি দিয়া হ’ব,’ মাদুৰিৰ ঘোষণা।

ডিব্ৰুগড় যে কাঠফুলাৰ দৰে গজি উঠা আইন উলংঘাকাৰী নাৰ্ছিং হ’মৰ ঘাটিত পৰিণত হৈছে সেই কথা পুনৰ প্ৰমাণ কৰি আজি জিলা প্ৰশাসনৰ পৰিদৰ্শনত পোহৰলৈ আহে আন বহুকেইখন নাৰ্ছিং হ’মত নাই পাৰ্কিঙৰ সুবিধা।

অৰ্চনা ট্ৰমা এণ্ড অৰ্থপেদিক হস্পিটেলৰ লগতে চহৰখনৰ এম জি এম হস্পিটেল, জি এম হস্পিটেল আৰু ছান ডায়েগনষ্টিক্স পাৰ্কিঙৰ ব্যৱস্থা নোহোৱাকৈয়ে চলি আছে।

পাৰ্কিঙৰ সুবিধা নোহোৱা বাবে চিকিৎসালয়সমূহলৈ অহা গাড়ী-মটৰ ৰাষ্টাতে পাৰ্ক কৰাৰ ফলত গোটেই চহৰখনতে সৃষ্টি হয় যান-জঁটৰ সমস্যা।

‘আমি নাৰ্ছিং হ’মৰ মালিকসকলৰ সৈতে যোৱা ২১ জুলাইত আলোচনা কৰিছিলো আৰু তেওঁলোকক ১০ দিনৰ ভিতৰত পাৰ্কিঙৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অহা ৩১ জুলাইৰ ভিতৰত এই নিৰ্দেশ নামানিলে এই প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়া হ’ব,’ উপায়ুক্তৰ ঘোষণা।

উপায়ুক্তৰ পৰিদৰ্শনত ওলোৱা এই ভয়ানক ত্ৰুটীসমূহ স্বাস্থ্য বিভাগৰ চকুত পৰা নাছিল নেকি?

স্বাস্থ্য বিভাগৰ কৰ্তব্য চকুত নেপেলোৱাকে থকাটো নেকি?

বেৰি ৱাইট মেডিকেল কলেজৰ ৰূপত ১৯০০ চনতে মেডিকেল শিক্ষাৰ অংকুৰণ ঘটা ডিব্ৰুগড়ত আজি চিকিৎসা ব্যৱস্থাৰ এই অধোগতিৰ বাবে দায়ী কোন?

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

June 7, 2026 2:48 pm
ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

June 7, 2026 2:26 pm
বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

June 7, 2026 2:05 pm
বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

June 7, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

June 7, 2026 2:48 pm
ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

June 7, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd