• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমাচা সৰ্বোচ্চ সামাজিক সংগঠন ‘জাদিখে নাইশ্ব হচ’ম’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন; স্থাপন স্থায়ী কাৰ্য্যালয়ৰ আধাৰশিলা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 6, 2018 7:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬ এপ্ৰিল শুকুৰবাৰে হাফলঙত ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ডিমাচাসকলৰ সৰ্বোচ্চ সামাজিক সংগঠন জাদিখে নাইশ্ব হচ’ম (JNH)এ। হাফলং লে’ক ভিউ ৰ’ডত উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদে আবন্টন দিয়া ভূমিত আজি জেএনএইচৰ স্থায়ী কাৰ্যালয় ভৱনৰ আধাৰশিলাও স্থাপন কৰে জেএনএইচ-ৰ সভাপতি কল্যাণ দাওলাগুপুয়ে।

অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত কল্যাণ দাওলাগুপুয়ে কয় ‘জেএনএইচ প্ৰধানত তিনিটা বিষয়ৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে। শান্তি, উন্নতি আৰু একতা। পাৰ্বত্য জিলাখনত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ এখন প্ৰগতিশীল তথা উন্নত ডিমা হাচাও জিলা গঠন কৰাই জেএনএইচ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য। কোনো বিচ্ছিন্নতাবাদী শক্তিয়ে যাতে ডিমা হাচাওৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে জেএনএইচ সদাজাগ্ৰত আছে।’

Apply Now

হাফলং চুপাৰ মাৰ্কেটত থকা জেএনএইচৰ কেন্দ্ৰীয় কাৰ্যালয় চৌহদত প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি কল্যাণ দাওলাগুপুয়ে। প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে জেএনএইচৰ প্ৰতিষ্ঠাপক সভাপতি বহিমচন্দ্ৰ লাংথাচাৰ লগতে বিশিষ্ট নাগৰিক তথা ডিমাচা সাহিত্য সভাৰ সভাপতি দীনেন্দ্ৰ থাউচেন, সমাজকৰ্মী কুমুদ কেম্প্ৰাই, ‘হাফলং খুৰাঙ’ৰ কৰ্ণধাৰ সুখেন্দ্ৰ ফংল, আডছু সভাপতি উত্তম লাংথাচা, সমাজকৰ্মী হিৰণ্ময় বাথাৰি, ডিমাচা মাদাৰ্চ এচচিয়েছনৰ সভানেত্ৰী এগনেছ গাৰ্লচা, জেএনএইচৰ সাধাৰণ সম্পাদক ফ্ৰেজাৰ চেংগুইন, মতিলাল নুনিচা আদি।

উল্লেখযোগ্য যে ২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৬ এপ্ৰিলত জাদিখে নাইশ্ব হচ’মৰ প্ৰতিষ্ঠা হৈছিল। তেতিয়াৰ পৰা বিশেষকৈ ডিমাচা সমাজৰ উন্নয়নৰ লগতে পাৰ্বত্য জিলাখনৰ সামগ্ৰিক শান্তি-সম্প্ৰীতি অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত জেএনএইচে কাম কৰি আহিছে।

 

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd