• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

ডিমাপুৰত আতচবাজী বিৰোধী সজাগতামূলক অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 7:04 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুক্ৰবাৰে ডিমাপুৰত আতচবাজী মুক্ত বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ উদ্দেশ্যে ‘ছে ন’ টু ক্ৰেকাৰচ’ নামেৰে এখন সজাগতামূলক অনুষ্ঠানৰ উদ্বোধন কৰা হয়। আতচবাজী ফুটাই হয়তো কিছু লোকে আনন্দ লাভ কৰিব পাৰে কিন্তু বহুতে ইয়াৰ ফলত যথেষ্ট হাৰাশাস্তি ভুগিব লগীয়া হয়। সেয়ে এক আতচবাজী মুক্ত পৰিৱেশ গঢ়াৰ উদ্দেশ্যে নাগালেণ্ড প্ৰদুষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ডিমাপুৰৰ স্বেচ্চাসেৱী সংগঠন ‘কিলিনিং ব্ৰাডাৰ্চ’ক লগত লৈ শুক্ৰবাৰে ডিমাপুৰৰৰ চাৰ্চ ৰোডৰ পৰা চিটি টাৱাৰ পইণ্টলৈকে ‘ছে ন’ টু ক্ৰেকাৰচ’ নামৰ উক্ত সজাগতা মূলক প্ৰচাৰ অভিযানৰ আয়োজন কৰে।

অভিযানটোৰ মূল বিষয় সমূহ আছিল- এক আতচবাজী মুক্ত বৰদিন আৰু নৱবৰ্ষ উদযাপন, কোৰ্হাল আৰু ধোঁৱাৰ পৰিৱৰ্তে ঘৰ বিলাকক প্ৰাৰ্থনা আৰু পোহৰেৰে ভৰাই তোলাৰ আহ্বান আৰু হুলস্থলৰ পৰিৱৰ্তে শান্তিৰে আগন্তুক নৱবৰ্ষ তথা বৰদিন উদযাপনৰ আহ্বান। সকলো লোককে আতচবাজী ফুটোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় উক্ত প্ৰচাৰ অভিযানটোত বিভিন্ন স্বেচ্চাসেৱী সংগঠনৰ সদস্য তথা সৰ্বসাধাৰণ ৰাইজে অংশ গ্ৰহণ কৰে। আনহাতে ডিমাপুৰ নগৰ পৰিষদ অধ্যক্ষ মণ্ডলে ডিমাপুৰৰ নাগৰিক সকলক উৎসৱৰ সময়ত আতচবাজীৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে। এক জাননী যোগে ডিমাপুৰ নগৰ পৰিষদ অধ্যক্ষ মণ্ডল আতচবাজীৰ সম্পূৰ্ণ বিৰোধী বুলি জানিবলৈ দি ডিমাপুৰৰ লোকসকলক আতচবাজীৰ পৰা হ’ব পৰা বিভিন্ন ধৰণৰ স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষতিৰ সম্পৰ্কে অৱগত কৰে। এন এছ চি এন (আই এম)এ আতচবাজীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাক আদৰণি জনায় পৰিষদে আশা প্ৰকাশ কৰে যে সহস্ৰ সংগঠনটোৰ এই নিষেধাজ্ঞাই ৰাজ্যখনলৈ অহা আতচবাজীৰ যোগানক বাধা দিব। সংগঠনটোৱে বিভিন্ন সম্প্ৰদায় তথা কলনি পৰিষদ আদিৰ নেতাক তেওঁলোকৰ সংশ্লিষ্ট অঞ্চল সমূহত যাতে আতচবাজী ফুটোৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

June 7, 2026 12:51 pm
দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

June 7, 2026 12:51 pm
দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd