• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওৰ গুলীচালনাক মানৱ অধিকাৰ উলংঘনৰ ঘটনা আখ্যা এবছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2018 10:01 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মাইবাঙত ২৫ জানুৱাৰিত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ গুলীবৰ্ষণ ভাৰতীয় গণতন্ত্ৰত হোৱা অসভ্য মানৱ অধিকাৰ উলংঘন।’ মাইবাঙত কালি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলী চলোৱা ঘটনাক গৰিহণা দি আজি এইদৰে মত প্ৰকাশ কৰিছে এবছুৱে।

আজি এন ই নাওলৈ প্ৰেৰণ কৰা সংগঠনটোৰ সভাপতি প্ৰমোদ বড়ো স্বাক্ষৰিত এক বিবৃতিত কোৱা হৈছে যে, ‘গণৰাজ্য দিৱস উদযাপনৰ এই মুহূৰ্তত মাইবাঙত প্ৰতিবাদকাৰীৰ ওপৰত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় ব্যৱস্থাৰ গৰিহণা দিব লগা হোৱাত আমি দুঃখিত। প্ৰত্যেকগৰাকী নাগৰিকৰ অধিকাৰ আৰু জীৱন সুৰক্ষাৰ নিশ্চিতি দিয়া এখন সংবিধান থকা ভাৰতীয় গণতন্ত্ৰৰ ৬৯ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ মুহূৰ্তত ই অতি লজ্জাজনক বিষয়।’

Apply Now

‘ঘটনাৰ উপযুক্ত তদন্ত’ আৰু ‘ভাৰতীয় গণতন্ত্ৰৰ মূল নীতিকে তাচ্ছিল্য কৰা এনে অমানৱীয় কাৰ্য্য সংঘটিত কৰা আৰক্ষী সকলৰ শাস্তি’ দাবী কৰি সংগঠনটোৱে কয় যে, ‘বৃ্হত্তম গণতন্ত্ৰ হিচাপে এই দেশ ৰাষ্ট্ৰীয় বাহিনীসমূহৰ অধিক বিবেচক প্ৰতিৰোধী পদক্ষেপৰ যোগ্য।’

এবছুৰ বিবৃতিটোত লগতে কোৱা হৈছে যে ‘প্ৰতিবাদকাৰীসকলৰ ক্ষেত্ৰত স্বৈৰাচাৰী শাসকৰ অস্ত্ৰ গুলীচালনা পৰিহাৰ কৰিও চলিব পৰা গ’লহেঁতেন।’

ডিমা হাচাওৰ প্ৰতিবাদকাৰীসকলৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰি এবছুৱে কয় যে নাগা সমস্যা সমাধানৰ নামত চৰকাৰে ডিমাচাসকলৰ সাংস্কৃতিক, নৃগোষ্ঠীয় ঐতিহাসিক পৰিচয়ক গুৰুত্বহীন কৰি তুলিব খোজা উচিত নহয়।

এবছুৱে ২৮ জানুৱাৰিত সন্ধিয়া ৫ বজাত সকলো জিলা সদৰতে জোঁৰ সমদল উলিয়াব। বৰ্তমানৰ চৰকাৰক গণতন্ত্ৰৰ তাৎপৰ্য্য বুজাই আৰু প্ৰতিবাদকাৰী নাগৰিকসকলক অধিক মানৱীয় ব্যৱহাৰ কৰা আৰু তেওঁলোকৰ দাবীসমূহ সমাধান কৰাৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

অসম চৰকাৰে ভৱিষ্যতে কোনো প্ৰতিবাদকাৰীৰ ওপৰতে এনে নৃশংস অত্যাচাৰ নোহোৱাতো আৰু চৰকাৰ আৰু ৰাষ্ট্ৰৰ গণতান্ত্ৰিক বৈশিষ্ট্য বজাই ৰখাতো নিশ্চিত কৰিবই লাগিব বুলি এবছুৱে বিবৃতিটোত উল্লেখ কৰিছে।

এবছুৱে লগতে আহতসকলক চিকিৎসাৰ বাবে ৫ লাখকৈ আৰু নিহতসকলক ৫০ লাখ টকা ক্ষতিপূৰণ দিবলৈ দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd